У нас вы можете посмотреть бесплатно কুংকি চৌধুৰীৰ পিতৃ-মাতৃক লৈ নিকৃষ্ট আৰু ঘৃণনীয় প্ৰচাৰ মুখ্যমন্ত্ৰীৰ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ৰাজনীতিলৈ নতুনত্ব অনাৰ লক্ষ্যৰে ওলাই অহা উচ্চ শিক্ষিতা ২৭ বছৰীয়া কুংকি চৌধুৰীৰ দৰে নতুন প্ৰজন্মৰ যুৱক-যুৱতীক ৰাজনৈতিকভাৱে কলিতে মোহাৰি পেলোৱাৰ লক্ষ্যৰে ভয়ংকৰ ৰাজনীতি আৰম্ভ কৰিছে মুখ্যমন্ত্ৰীয়ে। জীয়ৰীক অকলে ৰাজনীতিলৈ ওলিয়াই দি ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰখা কুংকি চৌধুৰীৰ পিতৃ-মাতৃক লৈ নিকৃষ্ট আৰু ঘৃণনীয় প্ৰচাৰ মুখ্যমন্ত্ৰীৰ। তাৰ বিপৰীতে সন্দেহজনক চৰিত্ৰ, দুৰ্নীতিগ্রস্ত, হত্যাত অভিযুক্ত এচামক কিন্তু বিজেপিৰ জৰিয়তে অসমৰ ৰাজনীতিত প্ৰতিষ্ঠা কৰিবলৈ উঠিপৰি লাগিছে মুখ্যমন্ত্ৰী। #pratidintime #AJP #Kunkichoudhry