У нас вы можете посмотреть бесплатно ADRE 3.0 গণিতৰ সম্পূৰ্ণ পাঠ্যক্রম (Syllabus) আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
ADRE 3.0 গণিত সম্পূৰ্ণ পাঠ্যসূচী আৰু প্ৰস্তুতি পৰামৰ্শ | Assam Direct Recruitment 2025 আপুনি কি ADRE 3.0 (Assam Direct Recruitment Exam ) পৰীক্ষাৰ বাবে প্ৰস্তুতি লই আছে? এই ভিডিঅ’ত আমি আলোচনা কৰিছো — সম্পূৰ্ণ গণিতৰ পাঠ্যসূচী (Full Maths Syllabus) অধ্যায়ভিত্তিক গুৰুত্বপূর্ণ বিষয় সময় ব্যৱস্থাপনা আৰু অধ্যয়ন পৰামৰ্শ Mock Test আৰু Practice Strategy এই ভিডিঅ’টো সম্পূৰ্ণ চাওক আৰু আপোনাৰ ADRE পৰীক্ষাৰ প্ৰস্তুতি সহজ আৰু সঠিক দিশত আৰম্ভ কৰক। গণিতৰ সকলো মুখ্য অধ্যায় — সংখ্যা পদ্ধতি, অনুপাত, লাভ-ক্ষতি, সময়-কাম, ক্ষেত্রফল, বীজগণিত, সম্ভাৱনা আদিৰ বিশদ বিৱৰণ এই ভিডিঅ’ত পোৱা যাব। 👉 Don’t forget to Like, Share & Subscribe for more powerful exam tricks.#sbiclerck2025 #guwahati #assamcompetativeexm #adreexam #ntpc #assampolice #assamese #assamgk #adre2024 #mathsassam #tezpur