У нас вы можете посмотреть бесплатно সুদীৰ্ঘ এমাহৰ মূৰত নিজ গৃহত উপস্থিত হ’ল অৰুণাচলত নিৰুদ্দেশ হৈ থকা অসমৰ শ্ৰমিক | ইষ্টম'জ' অসম | или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
অৰুণাচলত পথ নিৰ্মাণৰ কামত জড়িত থকা ১৯ জনকৈ শ্ৰমিকৰ দুজনক উদ্ধাৰ কৰিছে প্ৰশাসনে। কোকৰাঝাৰত উপস্থিত হৈ শ্ৰমিক দুজনে বৰ্ণনা কৰিলে তেওঁলোক সন্ধানহীন হৈ পৰা সমগ্ৰ ঘটনা। ইটানগৰত কাম কৰা কথা কৈ প্ৰলোভনেৰে লৈ যোৱা হৈছিল শ্ৰমিককেইজনক। Two of 19 road construction workers have been rescued in Arunachal Pradesh. The two workers arrived in Kokrajhar and described the incident of their disappearance. The workers were lured away by saying they were working in Itanagar. ***** EastMojo Assam EastMojo Axom EastMojo Assamese Assamese EastMojo Assam News Assam News Updates News from Assam ***** EastMojo Assam | ইষ্টম'জ' অসম | ব্ৰেকিংৰ দৌৰত নহয়, খবৰৰ আঁৰৰ খবৰ আমাৰ ভেটি | ইষ্ট ম'জ' উত্তৰ-পূৱৰ অগ্ৰণী অসমীয়া ৱেবপৰ্টেল। ব্ৰেকিংৰ দৌৰত নহয়, খবৰৰ আঁৰৰ খবৰ আমাৰ ভেটি। ৰাজনৈতিক, মনোৰঞ্জন, খেল, জীৱনশৈলী,আদি সকলো খবৰৰ বাবে চাই থাকক ইষ্ট ম'জ' অসম। #EastMojoAssam #AssamNews #AssameseNews #EastMojoAssamese #NewsFromAssam #EastMojoAxom ***** Subscribe: / @eastmojoassam9509 ***** Visit our website: https://assam.eastmojo.com/ Facebook: / eastmojoassam Twitter: / eastmojoassam Instagram: / eastmojoassam