У нас вы можете посмотреть бесплатно Amar ghorot kane koi bihu patilu🤔?।। Ki ki pitha bonalu😌।। Urokat sobe mili bhat khalu🫴।। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
বিহুৰ সময়ত গাওঁৰ নামঘৰখন এক বিশেষ আনন্দ আৰু পবিত্ৰতাৰ ৰূপ লয়। নামঘৰ চৌহদ গছপাত, কলপাত আৰু ফুলেৰে সজোৱা হয়। গাওঁৰ লৰা-ছোৱালী, যুবক-যুবতী আৰু বয়োজ্যেষ্ঠ সকলোৱেই একে লগেই মিলি নামঘৰ পৰিস্কাৰ কৰে।বিহুদিনা নামঘৰত নাম-কীৰ্তন,হৰিনাম আৰু ভক্তিমূলক গীত গোৱা হয়।সন্ধিয়া সময়ত ঢোল,পেঁপা, গগনা আদি বাদ্যযন্ত্ৰৰ শব্দৰে নামঘৰখন আনন্দময় কৰি তোলা হয়। গাওঁবাসীৰ মাজত ভাতৃত্ববোধৰ,ঐক্য আৰু সমন্বয়ৰ বৃদ্ধি পায়।বিহুৰ সময়ত নামঘৰত কেৱল উপাসনাৰ স্থান নহয়,ই গাওঁৰ সাংস্কৃতিক আৰু সামাজিক জীৱনৰ কেন্দ্ৰবিন্দু হৈ উঠে।✨️🌸 Hashtages🫴#bihu,#assameseculture,#Festival ofAssam#bihudance #bihusongs #Joy andTradition