У нас вы можете посмотреть бесплатно মিঞাৰ কাৰণে সুকীয়া বিধানসভাৰ ব্যৱস্থা কৰক | AAMSU | Rejaul Karim Sarkar или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
মিঞা বিধায়ক সকলক চোৰ ডকাইত বুলি উল্লেখ কৰাৰ পিছত আমছুৰ প্ৰতিক্ৰিয়া। মিঞা ভোট লৈ জয় হোৱা বিজেপিয়ে যদি মিঞাক বেয়া পায় তেন্তে বিধানসভাত মিঞাৰ কাৰণে সুকীয়া ব্যৱস্থা কৰক । বিজেপিৰ ক্ষমতাই মুৰত ধৰিছে। অসম বিধানসভা সাম্প্ৰদায়িক বিষবাস্প বিয়পাই ফুৰা ফেক্টৰী। নোমল মমিনৰ আক্ৰমণৰ চিচি টিভি ভিজুৱেল ৰাজহুৱা কৰাৰ দাবী আমছুৰ। মুখ্যমন্ত্ৰীক উভতি ধৰিলে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে। #SangbadPrahari #AAMSU #RejaulKarimSarkar #HimantaBiswaSarma #AssamAssembly