У нас вы можете посмотреть бесплатно MOiNA By Madhab Ranjan || Borsha Rani Saikia || Raag Parag || Washim Ayan || New Assamese Song 2024 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
MR Presents MOINA Singer MADHAB RANJAN BORSHA RANI SAIKIA Lyrics - Compose RAAG PARAG Music WASHIM AYAN Flute 🪈- Anjan Medhi Guitar 🎸 - Kowstav Moni Phukon Additional Programming Rajiv Sarmah Mix-Master BREEZU SAIKIA Recorded Studio STUDIO FUSION By Rajiv Sarmah Poster PARTHA JIT HIRA Visualization & Lyrical BIMAN BORUAH AXOMIYA ( Studio Maa Movie ) Lyrics ------------------ তোৰ ৰ’ঙা বগা দুগালত এ মইনা চুমা আঁকি দিবৰ মন আৰু নো তোৰ উশাহত ডুবিবৰে মন অ' তোৰ ৰ’ঙা বগা দোগালত এ মইনা চুমা আঁকি দিবৰ মন আৰু নো তোৰ উশাহত ডুবিবৰে মন মৰম লাগে তোলৈয়ে চাই ভাৱনাই খুলি খুলি খায় যি তি আশা কৰিলো তোক যৌৱনতে পাই যি তি আশা কৰিলো তোক যৌৱনতে পাই মোৰ বুকুতে জান ঢৌত উঠে যিটো বান কোন হ'ব মোৰ সমান তই কৰি ল' উমান অ' তোৰ মিঠা অভিমান কলিজা কৰে থান বান বুকুত কিহৰে দৰদ মই বুজি পোৱাই টান মৰম লাগে তোলৈয়ে চাই ভাৱনাই খুলি খুলি খায় যি তি আশা কৰিলো তোক যৌৱনতে পাই যি তি আশা কৰিলো তোক যৌৱনতে পাই জাৰৰে ৰাতি জাননে তই বুকুৰ উশাহবোৰো আমনি হয় তোৰ প্ৰেমতে জান পৰিমে জয় তোৰ প্ৰেমতে জান পৰিমে জয় মৰম লাগে তোলৈয়ে চাই ভাৱনাই খুলি খুলি খায় যি তি আশা কৰিলো তোক যৌৱনতে পাই যি তি আশা কৰিলো তোক যৌৱনতে পাই #Moina#Madhab_Ranjan#Dhwani_Music#Borsha_Rani_Saikia#assamesesong @DhwaniMusic