У нас вы можете посмотреть бесплатно ইৰাণ-ইজৰাইল সংঘাত কিয় হৈছে | অন্য ৰাষ্ট্ৰত জন্ম লোৱা জীৱবিলাক দুৰ্ভগীয়া নেকি । ভাগৱত ব্যাখ্যা или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
বৰ্তমান বিশ্বত যুদ্ধ আৰু সংঘাত কিয় বেছি হৈ আছে? বহু ঠাইত শক্তি, ৰাজনীতি আৰু স্বাৰ্থৰ বাবে সংঘাত দেখা গৈছে। বিশেষকৈ Iran আৰু Israel মাজত হোৱা উত্তেজনাই সমগ্ৰ বিশ্বক চিন্তিত কৰিছে। এই ভিডিওটোত আমি এই বিষয়টো ধাৰ্মিক আৰু আধ্যাত্মিক দৃষ্টিভংগীৰে বুজিবলৈ চেষ্টা কৰিম। Bhagavata Purana মতে কলিযুগত মানুহৰ মাজত লোভ, অহংকাৰ আৰু ক্ষমতাৰ লালসা বৃদ্ধি পায়। এইবোৰৰ ফলত সমাজত অশান্তি, যুদ্ধ আৰু সংঘাত বৃদ্ধি হয়। #JagatBaniya #IranIsrael #WorldConflict #BhagavataPurana #Kaliyuga #WorldWar #SpiritualKnowledge #AssameseYouTube #WorldPeace