Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб অখিল গগৈয়ে কিমান পাইছিল, কমল কুমাৰ মেধিয়ে কিমান টকা লৈছিল? в хорошем качестве

অখিল গগৈয়ে কিমান পাইছিল, কমল কুমাৰ মেধিয়ে কিমান টকা লৈছিল? 7 часов назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



অখিল গগৈয়ে কিমান পাইছিল, কমল কুমাৰ মেধিয়ে কিমান টকা লৈছিল?

যিসকলে APSCৰ দুর্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল, সেইসকলৰ বিৰুদ্ধেই উঠিছে অভিযোগৰ আঙুলি। বিপ্লৱ কুমাৰ শর্মা আয়োগৰ প্ৰতিবেদনত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰাক্তন নেতা অখিল গগৈ আৰু কমল কুমাৰ মেধিৰ নাম সন্নিৱিষ্ট হৈছে। ধনৰ লেনদেনৰ কথাও উল্লেখ প্ৰতিবেদনত। স্বাভাৱিকতে আত্মপক্ষ সমর্থন কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে দুয়োগৰাকী নেতাই। #Pratidintime #AssamNews #AkhilGogoi #APSC

Comments