У нас вы можете посмотреть бесплатно বেহুলাৰ স্বৰ্গ যাত্ৰাৰ পথত পদ্দাৰ ছলনা।। মনসা পুৰাণ বৰ্ণিত পাচালি কীৰ্তন или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
জয় মা মনসা। হিন্দু সনাতন ধৰ্মৰ উপাস্য দেবী। এই দেৱীক ভগৱতী, মনসা, পদ্দা,বিশহৰী আৰ কিবা কিবি বুলিও কয়। যেটায় নাহৌক এই দেবীক বিশেষ কৰি সৰ্প মালিক বুলি জানা যায়।দেবলোক চান্দ সদাগৰেৰ সাতে বাদ বিবাদ আছিল।সদাগৰেৰ ছয় বেটা বনিজত যায়া মনসাৰ চক্ৰান্তত চৌদ্ধ ডিঙ্গা সহকাৰে সাগৰত ডুবায়।তাৰ পাছত লক্ষিণদৰেৰ জন্ম হয় আৰ বিয়া ৰাতি লক্ষিণদক সাপে কামৰায়।এই কাহিনী নিয়া মহামুনি ব্যাস মনসা মহাপুৰাণ খন সৃষ্টি কৰে।এই কাহিনীটায় হিন্দু সনাতন ধৰ্ম মতে বিয়া অন্ন প্ৰসন আদিত এমন্দে গান আকাৰে কয়।