У нас вы можете посмотреть бесплатно মাইনাই কাপোৰ বোৱা চাবলৈ আহমেদাবাদৰ পৰা মানুহ আহিছে || June Sadiya или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
সুদূৰ আহমেদৰ পৰা অসম ভ্ৰমণ কৰিবলৈ আহিছে এই দম্পত্তীয়ে । আৰু ডিব্ৰুগড়ৰ বিতু দাদাই tourist guide হিচাপে বহুত দিনৰ পৰা কাম কৰি আহিছে । ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন দেশৰ পৰা অসমলৈ অহা পৰ্যটক সকলক তেওঁ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন পৰ্যটন থলীলৈ লৈ যায় । আজি অসম ভ্ৰমণ কৰিবলৈ অহা এওঁলোকে আমাৰ ড: ভূপেন হাজৰিকা সেতু চোৱাৰ লগতে কেনেকৈ অসমীয়া মহিলাই তাঁত শালত কাপোৰ বয় সেইয়া চাবলৈ বিচৰাত বিতু দাই মোলৈ ফোন কৰিছিল কোনোবাই কাপোৰ বয় আছে নেকি বুলি , মই তেতিয়া চপাখোৱাতে আছিলোঁ আৰু মাইনাই গামোচা বয় থকা বাবে মাইনাহঁতৰ ঘৰলৈকে তেওঁলোকক লৈ গ’লো । মাইনাহঁতৰ ঘৰলৈ গৈ বহুত সুখী হ’ল তেওঁলোক । মাইনাই দুয়োকে গামোচা পিন্ধালে আৰু মাইনাৰ পৰা এখন হাতে বোৱা এৰী চল কিনিলে তেওঁলোকে ।