У нас вы можете посмотреть бесплатно Luitporiya By Ramen Danah || New Assamese Song или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
প্ৰতিজন লুইতপৰীয়া অসমীয়া লৈ আমাৰ এই গীত টি আগবঢ়ালোঁ/ অসমীয়া বুলি সদায় গৌৰৱ কৰি জীয়াই থকাৰ আনন্দ যাতে কেতিয়াও নেহেৰাই তাৰ বাবে আমাৰ এই গীতৰ দ্বাৰা এটি আহ্বান 🙏🏼 কথা - সুৰ __মৃন্ময় মৃত্তিক ৰমেন দানহ সংগীত আৰু শব্দ সংমিশ্ৰণ -- অৰূপ দত্ত Guitar --Arup dutta Flute -- Pranjal bora Recorded at BK studio by Bitupan konwar মই পিয়লি লাচিত মই কমলা মিৰি মই খৰ্গেশ্বৰ কুশল কোঁৱৰ ভীমবৰ দেউৰী মই মনিৰাম দেৱান মুকুন্দ কাকতি নহয় জানো একেই জনি আমাৰ জননী মই জাতি অসমীয়া পূৰ্ব দিশৰ জ্যোতি ইতিহাসৰ পাত মেলি চালে পাবি হালুৱা বনুৱা মই যুঁজৰো ৰণুৱা ইপাৰ সিপাৰ লুইতৰে আমি অসমীয়া আমি লুইতপৰীয়া লুইতপৰীয়া / আমি লুইতপৰীয়া ল খামুচি সংস্কৃতি যি কেৱল আমাৰ নিদিবি নিজৰ ভাষা কৃষ্টিক চাৱনি অৱহেলাৰ | ভায়ে ভায়ে দ্বন্দ্ব বিবাদ কৰি ল পৰিহাৰ নহলে আনৰ হাতলৈ যাব পথাৰ আৰু বজাৰ | বোলোঁ মনত পেলাই ল চাওলুং চুকাফাৰে নীতি নিদিবি হ'ব দুভাগ বৰ ঘৰৰে ভেঁটি হালুৱা.... গানেৰে সুৰে ভূপেন মামাই কৈছিলে কতবাৰ অম্বিকাগিৰিৰে চিঞৰ হাতে কামে লগোৱাৰ চহকী মনৰ জুবিন দাই ও গালে কথা অসমীয়াৰ সোণৰ সজা জহিলে খহিলে সকলো হ'ব অসাৰ | মনত পেলাই ল.....