У нас вы можете посмотреть бесплатно #nagaranaam или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
৯০ দশকৰ নাগাৰা নাম জগতত আলোড়ন সৃষ্টি কৰা এটি নাম "জড় ভৰত"।নামটো চাবলৈ দৰ্শনৰ যেনে হাবিয়াস আছিল , দলবোৰৰ মাজতো নামটো গাবলৈ তেনে প্ৰতিযোগিতা আছিল। বিশিষ্ট পাঠক অচ্যুত ডেকাৰ সৃষ্টি জড় ভৰত বিনাদ্বিধাই সফল হৈছে সমানে সমানে যিসকল নামপ্ৰেমীয়ে পাঠক ৰামচৰণ ভৰালীৰ কণ্ঠত নামটি শুনিবলৈ পোৱা নাই, তেখেত সকলৰ বাবে এটি অপূৰ্ণ আশা হৈ থাকিব ।এজন নামৰ অহৈতুক দৰ্শক হিচাবে নামটোৰ প্ৰতি দুৰ্ঘোৰ দুৰ্বলতা আছিল বাবে সুদীৰ্ঘ ২৫ বছৰ পিছত নামটি ৰাইজৰ মাজত উলিয়ায় দিব পায় গৌৰব অনুভৱ কৰিছো। অচ্যুত ডেকাৰ "কৃষ্ণধন" কিতাপখনত নামটো উপলব্ধ। বহুবছৰৰ ব্যবধান হোৱাৰ বাবে সুৰ আৰু আবেগৰ কিছু ব্যবধান থাকি যোৱাতো স্বাভাৱিক। সেয়েহে সম্পাদনাটো কিছুমান বিসংগতি দেখা পোৱা গৈছে। তথাপি ৰাইজে আকোঁৱালি লৈ মতামত দিলে ভাল পাম। পাচটি পুৰণি নাম সংগ্ৰহ অভিজানৰ দ্বিতীয়টো দূৰ্বাসাৰ দৰ্পচূৰ্ণ অচিৰেই মুকলি কৰা হ'ব। মোৰ পুত্ৰ জিন্তু শৰ্মাই নামটিৰ চিত্ৰ গ্ৰহণ কৰি যথেষ্ট সহায় আগবঢ়ালে। অনুগ্ৰহ কৰি 🙏🙏তলৰ লিংকটোত ক্লিক কৰক।http://nagaranaam.blogspot.com/2020/0...