У нас вы можете посмотреть бесплатно Sorkari Baideo Asoni - Disco 2022 || Kussum Kailash || New Assamese Song 2022 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Sorkari Baideo Asoni - Disco 2022 || Kussum Kailash || New Assamese Song 2022 Album : Disco 2022 Song : Sorkari Baideo Asoni Singer : Kussum Kailash Lyrics/Tune : Kussum Kaikash Mrinmoy Mrittwik Ridip Rankit Hemraj Music : Ujjwal Aarong Mix/Mastered : Ibson Lal Boruah Backing Vocal : Nitul Dadhara Annuran Gogoi Record@ Sristi The Creative Eye By Ujjwal Aarong & Bharat Saikia Digital Market & Media Director :- Junaak Milon (@DhwaniMusic ) Lyrical Video Editor :- Biman Boruah Axomiya (@studiomaamovie ) Photography :- Satyajit D Phukon (@satyajitdphukon4717 ) Cover Design : Zonak Yugantar Bora Special thanks ______________ Daisy Gogoi Mohon Bobita Deka Nancy Phukon Rainy Rajkhowa Dorothy Bordoloi Neel Akash Das Bichitra Narayan Ujjwal Konwar Bikash Gogoi Manab Gogoi Tapan Hazarika Sanat Das Rajib Sharma Ramen Danah Ankit Raaz Kousabh Phukon Chinmoy Borguhain Chintu Pathok Joyprakash Gogoi Ujjwal Gogoi Nitikesh Das Bhargav Gogoi Partha Gogoi Ankur Gogoi Dinesh Sunuwal Pranab Phukon Ghana Hazarika Binod Boruah Bull Boruah Papu Sunuwal Madhab Ranjan Lewis Gogoi Raag Porag Biplab Kunwar Little Koushik Partha Bora Mithu Boruah © Copyright reserved Don't Upload illegally Lyrics - ভণ্টি ভাল পাইছোং ভাল পাইছোং তই হলি upgrade অ ভণ্টি ভাল পাইছোং ভাল পাইছোং তই হলি upgrade ঘৰত আক' ঠাণ্ডা মুণ্ডা Cool silence বাহিৰত লগাৱ' ডেকাবোৰক full violence , কাৰোবাৰ তই Private কাৰোবাৰ তই secret কোনোবাই কয় তই আক' 440 voltage এই কৰ' accept এই কৰ' reject ডেকা লৰাক দেউলীয়া কৰা Most wanted তয়ে এখন আমাৰ গাৱঁৰ একমাত্ৰ Tolgate চাছোন গাঁৱখনো হল কলনি বিলখনো হল ফুলনি তইহে থকা ঠাইতে ৰ'লি অ তোৰ স্বভাব নহল সলনি তোৰ স্বভাব নহল সলনি কিমান আৰু মাৰি থাক' তই চা চা চালনী কিমান আৰু নামাৰ'নো তই বা বা বাচনি লৰা বাচোতেই নাম উঠিবৰ হ'ল তোৰ চৰকাৰী বাইদেউ আচনিত চৰকাৰী বাইদেউ আচনিত তোৰ আজিকালি বজাৰত পাবি ধেৰ কোম্পানী চবেই নাম্বাৰ ৱান দোকানী তই বা নাম্বাৰ ৱান ত ৰাখ কাক ভাবি লৈ pure নো পটঞ্জলি pure নো পটঞ্জলি পুৰণি প্ৰেম বুৰঞ্জী তোৰ থ থ সামৰি আছে যদি মোলে মন তোৰ ক ক খোলাখূলি নহলে চাবি নাম উঠিব তোৰ চৰকাৰী বাইদেউ আচনিত চৰকাৰী বাইদেউ আচনিত এ বাকী কথা বাদ দে মোৰ কথাত মন দে কোনোবাতো দুখীয়া কোনোবাতো হাইফাই মৰম নিদিবি ভন্তি তই এইবিলাক চাই চাই ১৯ আৰু ২০ গল কা কভিডত ২১ ও গল জাননে তই টকা পইচাৰ অভাৱত ২২ ত আক' কেনেবাকৈ হয় যদি বন্ধ এ তেতিয়াহলে এইবিলাক চব পণ্ড আমিবোৰো মানুহ হে আজি আছো কাইলে নাই তাকে ভাবি Party কৰ party কৰ party কৰ আজিয়ে তই ফুৰ্তি কৰ ফুৰ্তি কৰ ফুৰ্তি কৰ চিন্তা কৰি লাভ নাই Future চিউচাৰ কাৰো নাই কা কভিডক লেং মাৰি কি বা আহে ঠিক নাই বোলো চিন্তা চৰ্চা কৰি চা কেলকুলেটৰ মাৰি চা হিচাপত যদি মইয়ে ওলাং ঐ বিয়াৰ কথা ভাবি চা বিয়াৰ কথা ভাবি চা দেখাক দেখি উটি ভাহি তই না না নাযাবি সময়ৰ বান সময়তে তই মা মা মাৰিবি এনেকৈ হলে নাম উঠিব তোৰ চৰকাৰী বাইদেউ আচনিত চৰকাৰী বাইদেউ আচনিত #Disco2022#Sorkari_Baideo_Asoni#Kussun_Kailash