У нас вы можете посмотреть бесплатно কাইলৈ গধূলি ৫.৪৫বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সৰুসজাইৰ ষ্টেডিয়ামলৈ আহিবঃ মুখ্যমন্ত্ৰী или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
কাইলৈ গধূলি ৫.৪৫বজাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী সৰুসজাইৰ ষ্টেডিয়ামলৈ আহিব আৰু সৰুসজাইৰ ষ্টেডিয়ামত ১০হাজাৰতকৈও অধিক যুৱক-যুৱতীয়ে বাগুৰুম্বা নৃত্যৰ সামূহিক প্ৰদৰ্শন কৰিব। বড়ো জাতিৰ চহকী কৃষ্টি সংস্কৃতিৰ পৰিচয় বাগুৰুম্বাক বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ বাবে আমাৰ এই প্ৰয়াস আৰু প্ৰচেষ্টা । এই গোটেই অনুষ্ঠানক লৈ সমগ্ৰ অসমবাসীৰ মাজতে অভূতপূৰ্ব উৎসাহ আৰু উদ্দীপনা দেখা গৈছে। প্ৰায় ৩২হাজাৰতকৈও বেছি লোকে ইতিমধ্যে আমাৰ পৰা পাছ সংগ্ৰহ কৰিছে কিন্তু হলত ২০হাজাৰতকৈ বেছি কেতিয়াও ষ্টেডিয়ামৰ ভিতৰত বহিবৰ বাবে সুবিধা নাপাব। কাৰণ নৃত্যৰ বাবে আমি দুটা গেলেৰি বন্ধ ৰাখিব লগীয়া হৈছে। সেইকাৰণে যিসকলে প্ৰথমতে আহিব তেওঁলোকে ভিতৰৰ পৰা চাব আৰু যিসকলে অলপ দেৰিকৈ আহিব তেওঁলোকৰ বাবে আমি বেলেগ এটা হলডিং এৰিয়া বনাইছো তাতে বহি তেওঁলোকে সমগ্ৰ নৃত্য উপভোগ কৰিব। মই সমগ্ৰ ৰাইজৰ সহযোগিতা কামনা কৰিছোঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ্ #PratidinTime #AssamNews #assam #HimantaBiswaSarma #NarendraModi