У нас вы можете посмотреть бесплатно শক্তিশালী BTC গঢ়াৰ লক্ষ্যৰে দিছপুৰ চলো যাত্ৰা কাৰ্যসূচীৰ আয়োজন বিপিএফ দলৰ। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
বাক্সা জিলাৰ মুছলপুৰত BPFৰ দিছপুৰ চলো যাত্ৰা ২০২৬ । শক্তিশালী BTC গঢ়াৰ লক্ষ্যৰে দিছপুৰ চলো যাত্ৰা কাৰ্যসূচীৰ আয়োজন বিপিএফ দলৰ। মুছলপুৰ জিলা BPF ৰ উদ্যোগত আয়োজিত বিশাল পদযাত্ৰাত অংশগ্ৰহণ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। মুছলপুৰ নলোবাৰীৰ পৰা এক বিশাল পদযাত্ৰা কৰি মুছলপুৰ দূৰ্গা মন্দিৰ খেলপথাৰত এখন জনসভাত অংশগ্ৰহণ কৰে হাগ্ৰামা মহিলাৰীয়ে। পদযাত্ৰা আৰু জনসভাত অংশগ্ৰহণ কৰে BTCৰ প্ৰধান হাগ্ৰামা মহিলাৰী, ই.এম. আগষ্টুচ টিগ্গাৰ লগতে বিপিএফৰ বহুকেইজন শীৰ্ষনেতাই। ৯ মাৰ্চত ঘোষনা হ’ব বিধানসভা নিৰ্বাচনৰ বিপিএফ দলৰ প্ৰাৰ্থী তালিকা। এনডিএ হিচাপে বিটিচিৰ আটাইকেইখন আসন দখলৰ হুংকাৰ হাগ্ৰামা মহিলাৰীৰ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিটিচিত আহিব খোজাটো বিটিচিবাসীৰ বাবে সুখৰ খবৰ।