У нас вы можете посмотреть бесплатно জুবিন ক্ষেত্ৰক লৈ ৰাজনীতি নকৰিবলৈ মুখ্যমন্ত্ৰীৰ মন্তব্য | Priyanka Gandhiক লৈ প্ৰতিক্ৰিয়া или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
জুবিন ক্ষেত্ৰক লৈ ৰাজনৈতিক বিতৰ্ক বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী Himanta Biswa Sarmaয়ে কয় — “জুবিন ক্ষেত্ৰক লৈ ৰাজনীতি কৰিব নালাগে।” তেওঁ প্ৰশ্ন তোলে — জুবিন ক্ষেত্ৰৰ স্থান কোনে বাচি দিলে? কোনে নিৰ্মাণ কৰিলে? ই প্ৰিয়ংকা গান্ধীয়ে কৰিলে নে চৰকাৰে কৰিলে? এই সন্দৰ্ভত Priyanka Gandhiৰ জুবিন ক্ষেত্ৰলৈ যোৱা কাৰ্যসূচীক লৈ তীব্ৰ ৰাজনৈতিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে। সম্পূৰ্ণ খবৰ চাওক আৰু আপোনাৰ মতামত কমেণ্টত জনাওক। #HimantaBiswaSarma #PriyankaGandhi,#AssamPolitics,#ZubeenGarg,#CMOAssam