У нас вы можете посмотреть бесплатно Pawe Pori Hori (পাৱে পৰি হৰি) - by Bhupen Hazarika. или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Assamese song (borgeet) of Bhupen Hazarika /Written by Sri Sri Sankardev. /Lyrics of the song : , :#__বৰগীত : ।। শ্ৰীশ্ৰী শংকৰদেৱ ।। 🌿🌼🌿 ৰাগ : কেদাৰ ধ্ৰুং- পাৱে পৰি হৰি কৰহু কাতৰি, প্ৰাণ ৰাখবি মোৰ ॥ বিষয় বিষধৰ, বিষে জৰ জৰ, জীৱন নাৰহে মোৰ ॥ পদ- অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ । পুত্ৰ পৰিবাৰ সবহি অসাৰ কৰবো কাহেৰি সাৰ ॥ কমল দল জল চিত্ত চঞ্চল থিৰ নোহে তিল এক । নাহি ভৱ ভয় ভোগে হৰি হৰি পৰম্পদ পৰতেক ॥ কহতু শংকৰ এদুঃখ সাগৰ পাৰ কৰা ঋষীকেশ । তুহু গতি মতি দেহু শ্ৰী পতি তত্ত্ব পন্থ উপদেশ ॥ 🌿🌼🌿