У нас вы можете посмотреть бесплатно B.A/B.Sc/B.Com 2nd Semester ত কি কি Subject ল’ব লাগিব? || 2nd Sem 2026 New FYUGP Syllabus & Credits или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
নমস্কাৰ বন্ধু-বান্ধৱীসকল! আজিৰ এই ভিডিঅ’টোত আমি আলোচনা কৰিম B.A, B.Sc আৰু B.Com 2nd Semester (2026) ৰ নতুন Course Structure ৰ বিষয়ে। Gauhati University ৰ শেহতীয়া FYUGP আৰু FYIMP rules মতে আপোনালোকৰ ২য় ষাণ্মাসিকত কি কি Subject থাকিব, সেই সকলোবোৰ ইয়াত সহজকৈ বুজাই দিয়া হৈছে। #2ndsemester #syllabus #2025_26 #GauhatiUniversity #2ndSemester #FYUGP #AssamEducation #GUExam2026 #DegreeSubjects #AssameseVideo এই ভিডিঅ’টো চালে আপোনালোকে জানিব পাৰিব: Major & Minor Subjects: ২য় ছেমিষ্টাৰত কিমান ক্ৰেডিট থাকিব? SEC (Skill Enhancement Course): কোনটো Subject ল’লে ভাল হ’ব? AEC (English Communication): এইটো সকলোৰে বাবে বাধ্যতামূলক নেকি? Major Change Rules: ২য় ছেমিষ্টাৰৰ পিছত Major সলনি কৰিব পাৰিবনে? MDC & VAC Subjects: নতুনকৈ কি কি পঢ়িব লাগিব? যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে, তেন্তে Comment কৰি জানাব। ভিডিঅ’টো ভাল লাগিলে Like কৰিব আৰু বন্ধুসকলৰ সৈতে Share কৰিবলৈ নাপাহৰিব!