У нас вы можете посмотреть бесплатно শঙ্কৰ গুৰুৱে নামৰ মালা গাঁঠিলে | বৈকুণ্ঠৰ জখলা | দিহানাম/টোকাৰী গীত by Jyoti Hazarika. или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
শংকৰ গুৰুৱে নামৰ মালা গাঁঠিলে ভক্তিৰে ভকতক সাদৰেৰে যাচিলে.......। নাম যাৰ মুখত ৰূপ হৃদয়ত নাম যাৰ মুখত ৰূপ হৃদয়ত হৈব ভকতৰ তত্ব কৃতি.…...। নামঘৰ তথা ধৰ্মীয় অনুষ্ঠান সমূহত এই গীত সমূহ শুনি সঁচাই প্ৰকৃতিৰ এক অপূৰ্ব সৌন্দৰ্য অনুভৱ কৰোঁ। মন মগজু শীতলাই তোলে আৰু যুগাত্মক সঁহাৰি বিচাৰি পাওঁ। এই ভিডিঅ'টোৰ যোগেদি সকলোৰে হৃদয়ত মৰম ভালপোৱা আৰু সকলোৰে প্ৰতি সহৃদয়তা তথা নিজৰ মনত প্ৰকৃতিৰ এক অপূৰ্ব সৌন্দৰ্য উপভোগ কৰাৰ লক্ষ্যৰে আপোনাৰ মাজত আগবঢ়ালোঁ। মই ভাবোঁ, উক্ত গীত দুটি শুনি নিশ্বয়কৈ মনৰ মাজত শান্তিৰ নিজৰা দেখিবলৈ পালা। আধ্যাত্মিক এই গীত সমূহ যুগ যুগান্তৰ বাবে সকলোৰে হৃদয়ত স্থান পাওঁক। Shankar Guruwe namar mala gathile Baikunthor jokhola শঙ্কৰ গুৰুৱে নামৰ মালা গাঁঠিলে | বৈকুণ্ঠৰ জখলা | দিহানাম/টোকাৰী গীত by Jyoti Hazarika. amiya neog kolita Dihanam by Jyoti hazarika Jyoti Hazarika দিহানাম। Jyoti Hazarika ভক্তিমূলক গীত । MADHU MOI HORINAM modhu moi horinam OMIYA NEOG KALITA TOKARI GEET by Jyoti hazarika #amiya_neog_kolita_dihanam_horinam #horinam_jyoti_hazarika #Jyoti_Hazarika_ভক্তিমূলক গীত_। #jyoti_hazarika_tokari_geet #jyoti_hazarika_dihanam #modhu_moi_horinam #OMIYA_NEOG_KALITA_MADHU_MOI_HORINAM_Dihanam © All rights reserved – Jyoti Hazarika.