• ClipSaver
  • dtub.ru
ClipSaver
Русские видео
  • Смешные видео
  • Приколы
  • Обзоры
  • Новости
  • Тесты
  • Спорт
  • Любовь
  • Музыка
  • Разное
Сейчас в тренде
  • Фейгин лайф
  • Три кота
  • Самвел адамян
  • А4 ютуб
  • скачать бит
  • гитара с нуля
Иностранные видео
  • Funny Babies
  • Funny Sports
  • Funny Animals
  • Funny Pranks
  • Funny Magic
  • Funny Vines
  • Funny Virals
  • Funny K-Pop

ইংৰাজী শিকোঁ আহক | খণ্ড 8 (4) | Write alphabet and word in English | How to learn English Part 4 скачать в хорошем качестве

ইংৰাজী শিকোঁ আহক | খণ্ড 8 (4) | Write alphabet and word in English | How to learn English Part 4 6 лет назад

скачать видео

скачать mp3

скачать mp4

поделиться

телефон с камерой

телефон с видео

бесплатно

загрузить,

Не удается загрузить Youtube-плеер. Проверьте блокировку Youtube в вашей сети.
Повторяем попытку...
ইংৰাজী শিকোঁ আহক | খণ্ড 8 (4) | Write alphabet and word in English | How to learn English Part  4
  • Поделиться ВК
  • Поделиться в ОК
  •  
  •  


Скачать видео с ютуб по ссылке или смотреть без блокировок на сайте: ইংৰাজী শিকোঁ আহক | খণ্ড 8 (4) | Write alphabet and word in English | How to learn English Part 4 в качестве 4k

У нас вы можете посмотреть бесплатно ইংৰাজী শিকোঁ আহক | খণ্ড 8 (4) | Write alphabet and word in English | How to learn English Part 4 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:

  • Информация по загрузке:

Скачать mp3 с ютуба отдельным файлом. Бесплатный рингтон ইংৰাজী শিকোঁ আহক | খণ্ড 8 (4) | Write alphabet and word in English | How to learn English Part 4 в формате MP3:


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



ইংৰাজী শিকোঁ আহক | খণ্ড 8 (4) | Write alphabet and word in English | How to learn English Part 4

How to learn English through Assamese. In this video we will learn the second part of how to write Assamese alphabet in English and also we will learn how to write word in English. 🔥🔥Gyan Panda app download link:🔥🔥 https://play.google.com/store/apps/de... 🔥🔥Instagram link:🔥🔥   / gyan.panda   🔥🔥Facebook Page Link:🔥🔥   / gyanpandaofficial   ★★কিয় জ্ঞান পাণ্ডা (Gyan Panda)★★ ---------------------------------------------------------- ল'ৰাজনে চকুপানী টুকি মোক ক'লে -" দেউতা ঢুকুৱাৰ পিছত মায়েনো আৰু ক'ৰপৰা পইচা পাতি পাব।দেউতা থকা হ'লে যেনেতেনে কিবা এটা কৰিলেহেতেন যদিও ভাগ্যই সেইয়া মোক নিদিলে|" ল'ৰাজনে হায়াৰ চেকেণ্ডৰীত প্ৰথম বিভাগ পাইছে । আটাইকেইটা বিষয়তে ভাল নম্বৰ পাইছে, কেৱল ইংৰাজীত যেনে তেনে পাছ কৰিছে। সি মোলৈ চাই ক'লে : "দাদা, পঢ়া আৰু কি হ'ব নাজানো। শুনিছো বি এ ত মেজৰ ল'লে পেপাৰবোৰ ইংৰাজীত আহে।ইংৰাজীটো পৰা হ'লে বহুত আগবাঢ়িব পাৰিলোঁহেতেন। কিন্তু কি কৰিম কওক।স্কুলত কিনো ইংৰাজী পঢ়াই বুজি নাপাওঁ।গাৱঁতটো আপুনি জানেই ! ক'তো ইংৰাজীৰ টিউচন লবলৈ শিক্ষক নাই।টাওনত(৭ কি.মি দূৰৰ এখন টাওন)গৈ টিউচন ল'বলৈ পইচাই নাছিল।দেউতা থকা হ'লে ক'ৰবাৰ পৰা যেনেতেনে মেনেজ কৰিলেহেতেন যদিও মায়েনো কেনেকৈ কৰিব তেতিয়া।দেউতা ঢুকুৱাৰ পিছত মাও বহুত ভাগি পৰিল" কথাবোৰ শুনি তেতিয়া বহুত বেয়া লাগিল। গাওঁ অঞ্চলৰ হাজাৰ হাজাৰ ল'ৰা-ছোৱালীৰ পঢ়াৰ জীৱনটো শেষ হৈ যায় কেৱল ইংৰাজী নোৱাৰাৰ বাবে।ইংৰাজী বুলিলে এটা প্ৰকাণ্ড ভয়।কিন্তু ইয়াৰ মূলতে কি? ল'ৰা বা ছোৱালীজনীৰ গাত দোষ নিকি? উত্তৰটো হ'ল নহয়।কাৰণ সৰুৰে পৰা আমাক কোনেও নিশিকায় যে কেনেকৈ ইংৰাজীটো শিকিব লাগে।সৰহসংখ্যক স্কুলতে ইংৰাজীৰ Text book খনকহে গুৰুত্ব দিয়ে।গ্ৰামাৰ বোলা ব্স্তু এটা যে আছে তাক গুৰুত্ব দিয়া নহয়।Student ক Text book ৰ উত্তৰ মুখস্হ কৰায়।কিন্তু কি হ'ব, যদি বাক্যটো গঠনেই কৰিব নাজানে, গ্ৰামাৰেই যদি নাজানে, কেনেকৈ গঠন কৰিব বাক্যটো।সৰুতেই গ্ৰামাৰটোক অৱহেলা কৰি কৰি এনেকুৱা হয়গৈ শেষত 9 - 10 ত পঢ়ি থকা ল'ৰা এটাই noun , pronoun কি নাজানে আৰু তাক Tense, Voice পঢ়ায় থকা হয় | এটা ল'ৰা বা ছোৱালীয়ে যদি ক, খ কেইটাই নাজানে, তাক বাক্য লিখায় মুখস্হ কৰালে সি পাৰিব জানো? সেই একেই কথা আমাৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰটো। Verb কি নাজানে, Transitive, intransitive verb নাজানে আৰু তাক যদি Voice change কৰিবলৈ শিকোৱা হয়, তেতিয়া তাক ভাটো চৰাইক কথা ক'বলৈ শিকোৱাৰ দৰে হয়।আৰু ক্লাছ ৯ বা ১০ ত পঢ়ি থকা ল'ৰা এটাক বা ছোৱালী এজনীক তেতিয়া শিক্ষকে সেইবিলাক শিকাবলৈও সময় নাথাকে, কাৰণ সেইবিলাক বস্তু ৬-৭ৰ আগতেই শিকিব লাগে,কিন্তু আমাৰ ল'ৰা ছোৱালীক ৯-১০ পোৱাৰ আগতে একো গুৰুত্বই দিয়া নহয় বহুত ক্ষেত্ৰত।ফলত মেধা সম্পন্ন ছাত্ৰ - ছাত্ৰীও শেষত হতাশাত ভুগে। কিন্তু ইয়াৰ কিবা উপায় নাই জানো।কিবা নতুন উপাই ভাৱিব নোৱাৰি নিকি?মাজে মাজে কথাটো মনলৈ আহে।খুড়াৰ ঘৰৰ লৰাটো, মাহী ঘৰৰ ল'ৰা দুটা সকলোৰে এইটোৱেই প্ৰৱলেম-"ইংৰাজী নোৱাৰে । টিউচনৰ বাবে শিক্ষক নাই, ৬-৭ ৰ ল'ৰাক নপঢ়াই বহুতে, পইচা কম পায় আৰু মই গৈ পঢ়ুৱাই দিবলৈও সম্ভৱ নহয়।কাৰণ মই থাকোঁ কৰ্মসূত্ৰে গুৱাহাটীত আৰু সিহঁতি যোৰহাটত। শেষত মনত এটা বুদ্ধি আহিল - ভিডিঅ' । যদি মই ভিডিঅ' বনাই সিহঁতলৈ পঠাই দিওঁ, সিহঁতে চাব পাৰিব আৰু শেষত মনতে ভাৱিলো কিয়নো ভিডিঅ' যেতিয়া বনামেই, কিয় মই ইউটিউৱত দি নাযাওঁ? কাৰণ তেতিয়া কেৱল মোৰ খুড়া বা মাহী ঘৰৰ ল'ৰা কেইটাই নহয়, অসমৰ হাজাৰ হাজাৰ ল'ৰা-ছোৱালীৰ সহায় হব।এই উদ্দেশ্যেই জন্ম হ'ল জ্ঞান পাণ্ডা (Gyan Panda)- এক নতুন প্ৰচেষ্টাৰ নতুন চেনেল আৰু চেনেলটো খোলাৰ ২ সপ্তাহৰ ভিতৰতেই ৭০০ কৈও অধিক Subscribe ৰে ভৰি পৰিল চেনেলটো। আপোনাৰো যদি এনে কোনোবা আত্নীয় কুটুম আছে তেওঁলোককো ভিডিঅ'বোৰ চাবলৈ দিয়ক, আমাৰ ল'ৰা-ছোৱালীৱে ইংৰাজী পাৰিবই, মাত্ৰ সিহঁতক পথটো দেখুৱাব জানিলেই হ'ল। ভিডিঅ'বোৰ ১০ - ১৫ মিনিটৰ কাৰণ ৪ বা ৫ মিনিটৰ ভিডিঅ' এটাত একো বুজাব নোৱাৰি । মোৰ বিশ্বাস সকলোৱে বুজি পাব। আৰু যদি আপুনি জ্ঞান পাণ্ডাৰ প্ৰচেষ্টাক ভাল বুলি ভাৱে, তেন্তে আপুনি শ্বেয়াৰ কৰক যাতে আন দহজনৰ সহায় হয়।আপুনি শ্বেয়াৰ কৰিলে আপোনাৰ একো লোকচান নহয় বৰঞ্চ আন বহুজনৰ উপকাৰ হ'ব। ভিডিঅ' নোচোৱাকৈ কোনেও নেতিবাচক কমেন্ট নকৰে যেন। প্ৰথম ভিডিঅ'টোত গোটেই কথাখিনি বুজোৱা আছে কেনেকৈ ভিডিঅ'বোৰ চাব লাগিব, সেই ভিডিঅ'টো এবাৰ চাই লব। লিংকটো ইয়াতে দি দিছো :    • ইংৰাজী শিকোঁ আহক | খণ্ড ১ | Learn English ...  

Comments
  • ইংৰাজী শিকোঁ আহক  খণ্ড 5 - Write alphabet and word in English- How to learn English Part  5 6 лет назад
    ইংৰাজী শিকোঁ আহক খণ্ড 5 - Write alphabet and word in English- How to learn English Part 5
    Опубликовано: 6 лет назад
  • What is verb -Types of verbs - What are the types of auxiliary verb? 5 лет назад
    What is verb -Types of verbs - What are the types of auxiliary verb?
    Опубликовано: 5 лет назад
  • ইংৰাজী শিকোঁ আহক - Learn English through Assamese
    ইংৰাজী শিকোঁ আহক - Learn English through Assamese
    Опубликовано:
  • ইংৰাজী শিকোঁ আহক  খণ্ড 7 - Word and Sentence  - শব্দ আৰু বাক্য কি - How to learn English Part  7 6 лет назад
    ইংৰাজী শিকোঁ আহক খণ্ড 7 - Word and Sentence - শব্দ আৰু বাক্য কি - How to learn English Part 7
    Опубликовано: 6 лет назад
  • Daily use english sentences for practice/spoken english/Assamese to english translation 6 месяцев назад
    Daily use english sentences for practice/spoken english/Assamese to english translation
    Опубликовано: 6 месяцев назад
  • ইংৰাজী শিকোঁ আহক | খণ্ড ১ | Learn English through Assamese | Part 1 6 лет назад
    ইংৰাজী শিকোঁ আহক | খণ্ড ১ | Learn English through Assamese | Part 1
    Опубликовано: 6 лет назад
  • ইংৰাজী শিকোঁ আহক  খণ্ড ৮ | Syllable কি ? How to learn English through Assamese | Part  8 6 лет назад
    ইংৰাজী শিকোঁ আহক খণ্ড ৮ | Syllable কি ? How to learn English through Assamese | Part 8
    Опубликовано: 6 лет назад
  • Basic English Words||English to Assamese||Daily Use English Words||Learn English Words|Part 3 2 года назад
    Basic English Words||English to Assamese||Daily Use English Words||Learn English Words|Part 3
    Опубликовано: 2 года назад
  • ব্যঞ্জন বৰ্ণ | শুদ্ধ উচ্চাৰণ | Pronunciation of Assamese consonant | Dr. Bindu Bhushan Borah 4 года назад
    ব্যঞ্জন বৰ্ণ | শুদ্ধ উচ্চাৰণ | Pronunciation of Assamese consonant | Dr. Bindu Bhushan Borah
    Опубликовано: 4 года назад
  • ইংৰাজী শিকোঁ আহক | খণ্ড 2 | Vowel, Consonant, Semivowel Etc.  | Part 2 6 лет назад
    ইংৰাজী শিকোঁ আহক | খণ্ড 2 | Vowel, Consonant, Semivowel Etc. | Part 2
    Опубликовано: 6 лет назад
  • ইংৰাজী শিকোঁ আহক - খণ্ড 15 - This vs It - How to learn English - Part 15 6 лет назад
    ইংৰাজী শিকোঁ আহক - খণ্ড 15 - This vs It - How to learn English - Part 15
    Опубликовано: 6 лет назад
  • HEMANTA DEKA'S #38 - HOW TO IMPROVE YOUR SPOKEN ENGLISH IN ASSAMESE? 3 года назад
    HEMANTA DEKA'S #38 - HOW TO IMPROVE YOUR SPOKEN ENGLISH IN ASSAMESE?
    Опубликовано: 3 года назад
  • মোৰ মাৰ ফটো আপোনাৰ ঘৰত কিয়? এগৰাকী ৯ বছৰীয়া ছোৱালীৰ হৃদয়স্পৰ্শী কাহিনী | heart touching story 3 дня назад
    মোৰ মাৰ ফটো আপোনাৰ ঘৰত কিয়? এগৰাকী ৯ বছৰীয়া ছোৱালীৰ হৃদয়স্পৰ্শী কাহিনী | heart touching story
    Опубликовано: 3 дня назад
  • Нейробика-упражнения для мозга. 5 лет назад
    Нейробика-упражнения для мозга.
    Опубликовано: 5 лет назад
  • How to write Assamese word in English। Assamese alphabet  in English॥ABCD to Ka kha ga read & Write 5 лет назад
    How to write Assamese word in English। Assamese alphabet in English॥ABCD to Ka kha ga read & Write
    Опубликовано: 5 лет назад
  • Выучить голландский за 15 минут (разговорный голландский с нуля) 1 год назад
    Выучить голландский за 15 минут (разговорный голландский с нуля)
    Опубликовано: 1 год назад
  • স্বদেশ (BUSINESSMAN)-বাংলা (4K HD) ডাব করা সম্পূর্ণ মুভি | রাম পোথিনেনি, রাকুল প্রীত সিং,সোনাল চৌহান 1 год назад
    স্বদেশ (BUSINESSMAN)-বাংলা (4K HD) ডাব করা সম্পূর্ণ মুভি | রাম পোথিনেনি, রাকুল প্রীত সিং,সোনাল চৌহান
    Опубликовано: 1 год назад
  • ইংৰাজী শিকোঁ আহক - খণ্ড 10 - Verb কি ? How to learn English Part  10 6 лет назад
    ইংৰাজী শিকোঁ আহক - খণ্ড 10 - Verb কি ? How to learn English Part 10
    Опубликовано: 6 лет назад
  • Assamese to English reading and writing trick/ how to read English word in Assamese/  Pronunciation 1 год назад
    Assamese to English reading and writing trick/ how to read English word in Assamese/ Pronunciation
    Опубликовано: 1 год назад
  • ইংৰাজী শিকোঁ আহক - খণ্ড 18 - Number - Singular number & Plural Number - How to learn English-part 18 6 лет назад
    ইংৰাজী শিকোঁ আহক - খণ্ড 18 - Number - Singular number & Plural Number - How to learn English-part 18
    Опубликовано: 6 лет назад

Контактный email для правообладателей: [email protected] © 2017 - 2025

Отказ от ответственности - Disclaimer Правообладателям - DMCA Условия использования сайта - TOS



Карта сайта 1 Карта сайта 2 Карта сайта 3 Карта сайта 4 Карта сайта 5