У нас вы можете посмотреть бесплатно চতুৰালীৰে কথা কেনেকৈ কব | কথা কোৱাৰ ৭টা কলা | সকলো পাগল হব, লগ পাব বিচাৰিব | Communications Skills или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
চতুৰালীৰে কথা কেনেকৈ কব | কথা কোৱাৰ ৭টা কলা | সকলো পাগল হব, লগ পাব বিচাৰিব | Communications Skills ভিডিঅ’টোত আপুনি এই কথাখিনি জানিব পাৰিব 1. যিকোনো এজন মানুহৰ পৰা সন্মান পাবলৈ কিদৰে কথা ক’ব লাগে? 2. কাৰোবাৰ সৈতে কথা পাতোতে ইয়াৰ পিছত আৰু কি ক’ম বুলি যাতে ভাবিবলগীয়া নহয়, তাৰবাবে কি কৰিব? 3. যেতিয়া আপোনাক কোনোবাই সোধে যে তুমি কি কৰা? তেতিয়া আপুনি কি ক’ব লাগিব? 4. যিকোনো মুহূৰ্তত যিকোনো বিষয়ত, যিকোনো মানুহৰ সৈতে কথা পাতিবলৈ আপোনাৰ ওচৰত যাতে সদায় INTERESTING কথা মজুত থাকে তাৰবাবে কি কৰিব লাগিব? 5. কথা পতাৰ মুড নাথাকিলে সন্মুখৰজনে মুখ কেনেকৈ বন্ধ ৰাখিব? 6. কাৰোবাক THANK YOU বা ধন্যবাদ কিদৰে দিলে তেওঁ আকৰ্ষিত হ’ব? 7. কথা কোৱাৰ সেই ইউনিক ফৰ্মূলাটো কি যিটো ফৰ্মূলাত কথা ক’লে মানুহে আপোনাৰ কথা খুব সুন্দৰকৈ বুজি পাব আৰু মানুহে আপোনাক নিজৰ পৰিয়ালৰ এজনৰ দৰে ভাবিবলৈ ল’ব? Other videos জীৱনত চমৎকাৰ আনিব পৰা আমাৰ আন Video সমূহৰ Links তলত দিছো 👇👇 প্ৰাৰ্থনা কৰাৰ পিছতো কিয় ভগৱানে সহায় নকৰে চাই লওক- • ভগৱানে ভক্তক কেতিয়া দৰ্শন দিয়ে | এই ল... যিকোনো বিষয় এবাৰ পঢ়িলেই মনত ৰোৱাতো বিচাৰে যদি এই ভিডিঅ’টো চাওক- • এবাৰ পঢ়িলেই মনত ৰ'ব | দুটা কৌশল শিকি... এই মন্ত্ৰটো জানিলে জীৱনত যি বিচাৰিব তাকেই পাব- • এটা এনেকুৱা মন্ত্ৰ | যি বিচাৰিব জীৱনত... কাৰোবাক বহুত বেছি ভাল পাই যদি এবাৰ চাই লওক- • Видео ধনী হোৱাৰ প্ৰকৃত পদ্ধতি জানি লওক- • Видео queries- চতুৰালীৰে কথা কেনেকৈ ক’ব লাগে কথা কোৱাৰ ৭টা কলা communications skills মানুহক কেনেকৈ আকৰ্ষিত কৰিব পাৰি যিকোনো মানুহক কেনেকৈ আকৰ্ষণ communications skill in assamese personality development কথা কেনেকৈ পাতিব লাগে how to impress someone how to attract anyone assamese motivational video #chitraranjannath #chitraranjannathmotivationalvideo #chitraranjannathvideo #motivationalvideo #inspirational #assam #assamese #communicationskills #communication #talkingway