У нас вы можете посмотреть бесплатно Kailakhor Tukari Bojau Kene Kori-Kamala Gogoi | Shivaratri Special Dihanam или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Kailakhor Tukari Bojau Kene Kori-Kamala Gogoi | Shivaratri Special Dihanam #Shivaratrisong2026 #shivaratri #shivaratridihanam #shivaratri_special_dihanam #shivaratri_horinaam #Kailakhor_Tukari_Bojau_Kene_Kori Audio Credits--- Anupom Bitupon Production Presents Song- Kailashor tokari bojau kenekori Lyrics and tune-Traditional Singer- Kamala Gogoi Co Singers--- Rajib Baruah Sumit Saikia Mukuta Borah Deep Gogoi Musicians--- Dipen Baruah Dadhi Das Partha Kukil Pratimjit Barpatra Gohain Melody Design , Music & Mix Mastering- Partha Kukil Saikia Studio- Reed & Rhythm Studio Teok , Jorhat Cover Design- Zunak Yugantar Bora অনুপম বিতোপন'ৰ নিবেদন ---- দিহা সম্ৰাট শ্ৰদ্ধাৰ কমলা গগৈৰ কণ্ঠত " কৈলাসৰ টোকাৰী বজাওঁ কেনে কৰি " কথা-সুৰ:পৰম্পৰাগত সহ-শিল্পী: ৰাজীৱ বৰুৱা, দ্বীপ গগৈ আৰু মুকুতা বৰা, সুমিত শইকীয়া মেলডি ডিজাইন, সংগীত আৰু শব্দ সংমিশ্ৰণ- পাৰ্থ কুকিল শইকীয়া ( Reed & Rhythm Studio Teok , Jorhat ) বাদ্য শিল্পী - দিপেন বৰুৱা, দধী দাস, পাৰ্থ কুকিল, প্ৰিতমজিৎ বৰপাত্ৰ গোহাঁই সুচনা:- কৈলাসৰ টোকাৰী নবজাই নোৱাৰি কিমতে ধৰিবা সুৰ--- মহাদেউ ঈশ্বৰে টোকাৰী বজালে মন প্ৰাণ কৰে জুৰ ঘোষা- কৈলাসৰ টোকাৰী বজাও কেন কৰি কৈলাসৰ টোকাৰী বজাও কেন কৰি ধৰিব নোৱাৰো সুৰ মোৰ গুৰু দেউ ধৰিব নোৱাৰো সুৰ পদ: ইংলা,পিংগলা,চিত্ৰা, সুষুম্না ইংলা,পিংগলা,চিত্ৰা, সুষুম্না এহি চাৰি গচি গুণা মোৰ গুৰু দেউ এহি চাৰি গচি গুণা মহাদেউ ঈশ্বৰে টোকাৰী সাজিলে মহাদেউ ঈশ্বৰে টোকাৰী সাজিলে গাথে আই পাৰ্বতী গুণা মোৰ গুৰুদেউ গাথে আই পাৰ্বতী গুণা ভাঙনি:- কিনো অমাতৰে মাতে মোৰ গুৰু অ' কিনো অমাতৰে মাত..... পাৰ্বতী আইয়ে বাটে গুণা জৰী হৰি গুণ নাম তাতেই এ.....ৰাম ৰাম খৰতাল: এ প্ৰভূ মহাদেউ গুণ গুণ গুণ টোকাৰী বায় প্ৰভু মহাদেউ মুখে হৰি গুণ মুখে হৰি গুণ গাই পদ:- কৈলাসৰ ধামতে এ প্ৰভূ মহাদেউ পাৰ্বতী সহিতে এ প্ৰভূ মহাদেউ বৃষভ বাহনে যায় প্ৰভূ মহাদেউ মুখে হৰি গুণ মুখে হৰি গুণ গাই নন্দী ভৃঙ্গী সঙ্গে অতি ৰঙ্গ মনে নন্দী ভৃঙ্গী সঙ্গে অতি ৰঙ্গ মনে অ-ডুগ ডুগ ডুগ ডম্বৰু বায় প্ৰভু মহাদেউ মুখে গুণ নাম মুখে হৰি গুণ গাই এ প্ৰভূ মহাদেউ গুণ গুণ গুণ টোকাৰী বায় প্ৰভু মহাদেউ মুখে হৰি গুণ মুখে হৰি গুণ গাই মুখে হৰি গুণ গাই মুখে হৰি গুণ গাই অ'...ৰাম জয় হৰি কিয়ে জয় জয় হৰি গোপাল গোবিন্দ ৰাম অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ Facebook pageৰ লিংক- / 1bs7xbouvv অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ Instagramৰ লিংক - / anupombitup. .