У нас вы можете посмотреть бесплатно Dehi oi/Sumon Saikia/Boishnobi Devi/Assamese Bihu Song/2025 ।। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
প্ৰকৃতিৰ লগত খাপ খোৱাকৈ কেইটিমান শব্দৰে গাঁঠি উলিওৱা এষাৰ বিহু নাম নিজৰ সুৰ আৰু কণ্ঠৰ লগতে মৰমৰ ছাত্ৰী বৈষ্ণৱী দেৱীৰ কণ্ঠত বাণীবদ্ধ কৰি আপোনালোকলৈ আগবঢ়ায়ছোঁ, এই বিষয়ত আমাৰ এইয়া প্ৰথম চেষ্টা, বহু বছৰৰ বিৰতিৰ পাছত বিহুনাম গাইছোঁ, কিমান কি ভাল হৈছে আপোনালোকে নিৎসয় ধৰিব পাৰিব । যিখিনি ভুল অথবা আসোঁৱাহ দেখে গঠনমূলক পৰামৰ্শ আগবঢ়ায় আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ । লগতে এই বিষয়ত আমাক সকলো দিশতে সু-দিহাপৰামৰ্শ আগবঢ়োৱা খুড়া খুড়ীৰ আৰু বিভিন্ন বিষয়ত সহযোগ কৰা প্ৰতিজনলৈ আমি আন্তৰিক কৃতজ্ঞতা সেৱা তথা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যদি শুনি ভাল পায় তেতিয়া লাইক চেয়াৰ আৰু কমেণ্ট কৰি আপোনালোকে আমালৈ মৰম আৰু শুভাশীষ আগবঢ়াব বুলি আশা ৰাখিলোঁ । Audio credits Lyrics / composition - Sumon Saikia Vocal - Sumon Saikia & Boishnobi Devi Music/ Mix & Master - Hriday Nanda Saikia Flute - Pritamjit Borpatra Keys - Ramananda Saikia Dhul - Dimpal Kalita Pepa,Gogona,Taal - Gauri Shankar Bharali Bin - Nobo Jyoti Bora Video Credits - Rintu Bora Female chorus : Sarwari Sharma & Monalisa Saikia Male chorus : Dimpal Kalita & Gauri shankar Bharali .