У нас вы можете посмотреть бесплатно এইবাৰ ‘প্ৰতিদিন’ৰ ভূতে খেদিছে AIUDFৰ মুৰব্বী মৌলনা বদৰুদ্দিন আজমলক। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পিছত এইবাৰ ‘প্ৰতিদিন’ৰ ভূতে খেদিছে AIUDFৰ মুৰব্বী মৌলনা বদৰুদ্দিন আজমলক। ‘প্ৰতিদিন টাইম’ৰ জনপ্ৰিয় অনুষ্ঠান HELLO DISPURত বৃহস্পতিবাৰে পূৰ্বৰ যমুনামুখ আৰু বৰ্তমানৰ বিন্নাকান্দি সমষ্টিৰ ৰাইজৰ দুখ-দুৰ্দশা সবিস্তাৰে সম্প্ৰচাৰ হৈছিল। সম্প্ৰচাৰ হৈছিল AIUDFৰ ২০ বছৰীয়া অপশাসনৰ প্ৰকৃত দৃশ্য। আৰু এই অনুষ্ঠান সম্প্ৰচাৰ হোৱাৰ পিছতে নিশা ১ বজাত সভা অনুষ্ঠিত কৰি ‘প্ৰতিদিন’ৰ বিৰুদ্ধে সৰৱ হৈ পৰে বদৰুদ্দিন আজমল। #pratidintime #assamnews #Ajmol