У нас вы можете посмотреть бесплатно Endometriosis treatment in Nalbari patient came from Shilong | Dr. Yashodhan Deka | Sarathi | NMH или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
মহিলাৰ মাহেকীয়াভাৱে হোৱা পেটৰ বিষৰ চিকিৎসাৰ অভাৱত বহুতো মহিলাই আজিও কষ্টত ভূগি আছে। বহুতো মহিলাই এতিয়াও নাজানেযে এই বিষৰ চিকিৎসা সম্ভৱ। বহুতো মহিলাই আজিও ভাৱে যে এনে বিষ এটি সাধাৰণ পৰিঘটনা। এই বিষৰ ফলত বহুতো মহিলাই নিজৰ দৈনন্দিন জীৱনৰ বহু দিন অত্যন্ত কষ্টৰে কটাবলগীয়া হয়। কিন্তু আমি সাৰথি পৰিয়ালে আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে মাহেকীয়াভাৱে হোৱা এই বিষৰ চিকিৎসা এতিয়া সাৰথি হস্পিটলত অতি সহজ। এই চিকিৎসা বিচাৰি অন্য এক ৰাজ্যৰ পৰা আমাৰ চিকিৎসা কেন্দ্ৰলৈ অহা ৰোগী এগৰাকীৰ মনোভাৱ শুনোঁ আহকচন।