У нас вы можете посмотреть бесплатно Din-Xusi : Children's Song | Group of Kids | Sourav Mahanta | Maitrayee Adhyapak | Jhulan K Mahanta или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Din-Xusi : Assamese Children's Song | Group of Kids | Sourav Mahanta | Maitrayee Adhyapak | Jhulan Krishna Mahanta | Kaushik Bharadwaj 'থলুৱা'ৰ প্ৰযোজনাৰে ‘Tholuwa’ Presents..... দিন- সুচী Din- xusi গীত: দিনসুচী SONG: Din Xusi গীতিকাৰ: কমল চন্দ্ৰ কটকী Lyricist: Kamal Chandra Kataki সুৰকাৰ/ সংগীত : সৌৰভ মহন্ত Composer/ Music Producer: Sourav Mahanta কন্ঠ: মৈত্ৰেয়ী অধ্যাপক, সৌৰভ মহন্ত Singer: Maitrayee Adhyapak, Sourav Mahanta শিশু শিল্পী সকল (কন্ঠ ও অভিনয়) Child Artist (Singer & Appearance) দৃধাংশু ৰুদ্ৰজ বৰা Dridhangshu Rudraj Borah সৃজীতা ৰুদ্ৰজ বৰা Sreejeeta Rudraj Borah প্ৰিয়া বেজবৰুৱা Priya Bez Baruah কাব্যম ডেকা Kabyam Deka প্ৰিয়াক্ষী মেচ Priyakshi Mech হৃমন বাউৰী Hriman Bawri নাইসা বাউৰী Nysha Bawri হৰ্ষিণী মহন্ত Harshini Mahanta প্ৰেক্ষা দত্ত Preksha Dutta আৱিস্কা দত্ত Avishka Dutta আদবিকা মহন্ত Aadvika Mahanta ৰূপাংকিতা ফুকন Rupangkita Phukan নিহাৰিকা নাথ Niharika Nath ৰিচিকা ৰশ্মি ভূঞা Rishika Rashmi Bhuyan আদিশ্রী বৰুৱা Adishree Baruah গৰিয়সী শৰ্মা Garioshi Sarmah কৃষ্ণাজিতা দত্ত Krishnajita Dutta হৃধান ভাগৱতী Hridhaan Bhagowati দৰ্শন শৰ্মা Darshan Sarma মেধাস্বী শৰ্মা Medhasvi Sarma শানায়া শর্মা Shanaya Sharma দৰ্শিতা বৰা Darshita Bora ধ্বনি ডেকা Dhwani Deka বাণীবদ্ধন কক্ষ: অৰেঞ্জ ,গুৱাহাটী Recording Studio: Studio Orange, Guwahati শব্দ সংমিশ্ৰণ: ৰিংকু দাস Mixing: Rinku Das বিশেয কৃতজ্ঞতা Special thanks: বিজুলী গোস্বামী Bijuli Goswami তুষাৰ কে গোস্বামী Tusaar K Goswami ড. ৰবিন্দ্ৰ মোহন শৰ্মা Dr.Robindra Mohan Sarmah ড. বিকাশ বাউৰী Dr.Bikash Bawri বনশ্ৰী বৰা Banashree Bora ৰন্তু মহন্ত Rontu Mahanta আৰু থলুৱাৰ সমূহ সদস্য বৃন্দ And all the members of ‘Tholuwa’ Video Concept: Jhulan Krishna Mahanta Cast: Kaushik Bharadwaj, Nishita Narzari Videographer: Biswajit Das Editor: Rasmita Devi Song Lyrics: সা ৰে গা মা পা পা পা ধা পা মা গা গা গা মা ৰে গা সা পূৱাই উঠি ঈশ্ৱৰক চিন্তি (ধা সাৰে সাধামা) কৰিবা আৰম্ভ দিনটোৰ কৰ্মসুচী (পা পা পামাগা) মা দেউতাক সুপ্ৰভাত যাচি পঢ়াশালিলৈ নিতৌ যাবা হাঁহি মাতি অ তোমালোকে গোৱা এতিয়া পূৱাই উঠি ঈশ্ৱৰক চিন্তি (ধা সাৰে সাধামা) কৰিম আৰম্ভ দিনটোৰ কৰ্মসুচী (পা পা পামাগা) মা দেউতাক সুপ্ৰভাত যাচি পঢ়াশালিলৈ নিতৌ যাম আমি হাঁহি মাতি পূৱাই উঠি ঈশ্ৱৰক চিন্তি .... Music লা লা লা, অ ..... অ আৰু স্কুললৈ গৈ কি কৰিবা তোমালোকে ? লগৰ সমনীয়াৰ সতে ৰাখি মিলাপ্ৰীতি স্কুলিয়া সময়কন নিয়াৰিকৈ নিবা পঢ়িশুনি বিয়লি বেলা বিয়াম আৰু খেলাধুলা কৰি .... আৰু, ফুলনি বাগিছা পাচলিৰ কৰিম খেতি ....... বঢ়িয়া, ঘৰুৱা কামত হাতে হাত ধৰি সহায় কৰি কৰিব লাগে সুআনন্দ সু-ৰুচি Music লা লা লা, অ ...... সৰু কালৰে পৰা সপোন দেখি ভাল ভাল কাম কৰি ডাগ্গৰ মানুহ হৈ পূৰাম সপোন সকলোৱে এদিন ভিন্ ভিন্ মনিষীৰ কিতাপ পঢ়ি জ্ঞানৰ ভাণ্ডাৰ কৰি চহকী পূজিম দেশ মাতৃ দিনৰ শেষত ৰাতি শোৱা পাটিত পৰি ভাল ভাল কথা আৰু ঈশ্ৱৰক চিন্তি সামৰিম আমি দিনটোৰ কৰ্মসুচী সাজু হ'ম এটি নতুন দিনলে বুলি .... পূৱাই উঠি ......... #dinxusi #souravmahanta #assamesechildrenssong #maitryaeeadhyapak #jhulankrishnamahanta