У нас вы можете посмотреть бесплатно প্ৰতিদিনে আপুনি ভাতসাজৰ লগত খাই নেকি চালানী মাছ ? или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
প্ৰতিদিনে আপুনি ভাতসাজৰ লগত খাই নেকি চালানী মাছ ? অত্যধিক ফৰ্মেলিন যুক্ত মাছ গুৱাহাটী আৰু নগাঁৱৰ পাইকাৰী বজাৰত উপলব্ধ হৈছে । ফৰ্মেলিনযুক্ত মাছ দৈনিক খাই থাকিলে কেনেধৰণৰ ৰোগ হয় সেই কথা চিকিত্সকৰ সৈতে কথা পাতি জানি লওঁক । এই ফৰ্মেলিনযুক্ত পাইকাৰী চালানী মাছক লৈ গুৱাহাটীত আকৌ ছিণ্ডিকেট গঢ়ি উঠিছে । পৰিৱেশবোৰ দেখি বুজি হাতে কামে লাগি গৈছে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশিষ শৰ্মা। বজাৰৰ পৰিৱেশ দেখি হতভম্ব জিলা আয়ু্ক্ত। #nogaon #fishmarket #Incident #assamtalksdigital