У нас вы можете посмотреть бесплатно 🪔ভক্তি হৰিনাম/ মধুৰ অসমীয়া ভক্তি মূলক গীত/অবসাদৰ লগৰী 🙏 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
অবসাদৰ লগৰী/ মধুৰ ভক্তিমূলক/ অসমীয়া ভক্তি হৰিনাম/ মধুৰ অসমীয়া ভক্তি মূলক গীত🙏 এই ভিডিঅ'টোৰ যোগেদি মানুহৰ মন আৰু মানসিক শান্তিক ধৈৰ্য্যশীল কৰিবৰ বাবেই আগবঢ়োৱা হ'ল। প্ৰাৰ্থনা হৈছে, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা ৰচিত এক প্ৰকাৰৰ আধ্যাত্মিক, যুগাত্মক, নিৰ্মল হৃদয়ত পবিত্ৰ শব্দ শৈলীৰে মনোগ্ৰাহীকৈ লিখা ভক্তিমূলক গীত। গুৰু দুজনাই এই সমূহ প্ৰায় ১৫৬৮-১৫৯৬ চনতেই লিখি থৈ গৈছিল। এই ভিডিঅ'টোৰ যোগেদি পুৰণি দিনৰ কৃষ্টি -সংস্কৃতিক পুনৰ নৱপ্ৰজন্মৰ মাজত জীয়াই থকাৰ উদ্দেশ্যেই চেনেলটোত আগবঢ়ালোঁ। আশাকৰোঁ, আপোনাৰ এই ভক্তি মূলক গীতটি শুনি নিশ্বয়কৈ ভাল লাগিল। আপোনাৰ সঁহাৰি অবিহনে এই চেনেলটোৰ আগবঢ়াই নিয়াত ব্যৰ্থ হ'ব। গতিকে, এই চেনেলটো Subscribe কৰাৰ লগতে আপোনাৰ প্ৰিয় সকললৈও এই ভিডিঅ'টো share কৰি চেনেলটো উত্তৰণত সহায় কৰিব। ▶️ Kipamoni. Please follow your channel. Subscribe and Saport. ৰাতিপুৱা গধূলিৰ ভক্তিমূলক অবসাদৰ লগৰী হৰিনাম। #Bhakti Horinaam #parthana #modhur Horinam #Assamese Vokti Mulok Git #Tukari Git #Horinam #Puwar Horinam #অসমীয়া #অসমীয়াভক্তিমূলক #প্ৰাৰ্থনা #ভাওনা #দিহানাম #হৰিনাম #ৰাতিপুৱাগধূলিভক্তিমূলক #অবসাদৰলগৰী #horinam #dihanam #horinampop #dihanampop #vaunasanskiti #krishna #Kipamoni Please follow your channel . ▶️ Kipamoni. Subscribe and Saport. ভক্তি হৰিনাম/অবসাদৰ লগৰী/ মধুৰ ভক্তিমূলক/ অসমীয়া ভক্তি হৰিনাম/ মধুৰ অসমীয়া ভক্তি মূলক গীত🙏