У нас вы можете посмотреть бесплатно বিশ্বগুৰুৰ প্ৰকৃত ছবিখন এতিয়া চৌদিশে চৌ চৌৱাই গৈছে! или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
📌বিশ্বগুৰুৰ প্ৰকৃত ছবিখন এতিয়া চৌদিশে চৌ চৌৱাই গৈছে! 📌ক’ত গ’ল প্ৰধানমন্ত্ৰীৰ সেই ফোঁপজহী বক্তৃতা! 📌প্ৰধানমন্ত্ৰী মনমোহন সিঙে ৰাষ্ট্ৰসংঘত উদাত্ত ভাষণ দি স্পষ্টভাৱে পশ্চিমীয়া দেশসমূহক গৰিহণা দিছিল আৰু তেওঁলোকৰ কাৰ্যকলাপৰ বিৰুদ্ধে স্পষ্ট অৱস্থান গ্ৰহণ কৰিছিল। 📌তেতিয়া জনমানসত বিশ্বগুৰু অভিধাটো নাছিল। 📌কিন্তু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ বিশেষ এক সুনাম আছিল আৰু ভাৰতৰ নৈতিক স্থিতিক সকলোৱে প্ৰশংসা কৰিছিল। 📌এতিয়া মোদীয়ে সেই সকলোবোৰ মাটিৰ লগত মিহলি কৰি দিলে।___________________________________ Like, share and subscribe our channel. Follow us on: Facebook - www.facebook.com/nenownews/ Twitter - www.twitter.com/NENowNews/ Instagram - www.instagram.com/northeast.now