У нас вы можете посмотреть бесплатно মতাপুং মাগুৰি বিল চাওঁগৈ বলা / motapung maguri beel / Tinsukia makum или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
মোৰ সতে মতাপুং মাগুৰি বিল চাবলৈ যাওঁ বলা মতাপুং মাগুৰি তিনিচুকীয়া জিলাৰে নহয় সমগ্ৰ এছিয়া মহাদেশৰ ভিতৰতে এখন লেখত ল'বগীয়া বিল ! এইখন আন্ত:ৰাষ্ট্ৰীয় পেক্ষাপটতো উজ্জ্বলি আছে ! পক্ষী বিল হিচাপে ঘোষিত হৈছে ! বিলখন বাৰেকুৰি অঞ্চলত অৱস্থিত ! ১০বৰ্গ কি:মি বিস্তৃত এই খন বিলৰ নান্দনিক সৌন্দৰ্যই আপোনাকো মোহিত-মুগ্ধ কৰিব ! পৰিভ্ৰমী পক্ষী, বনৰীয়া ম'হ, বনৰীয়া পহু, থলুৱা মাছ আৰু চৰাই, মেটেকা আৰু বনৌষধিৰ বাবে বিখ্যাত ! Let's go to see #Motapung_maguri #Share, subscribe #Debokon gohaoin Special thanks : manab chutia, dharmeswar chutia