У нас вы можете посмотреть бесплатно বিধানসভা নিৰ্বাচনৰ পূৰ্বে BJPৰ জন আশীৰ্বাদ যাত্ৰা। или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
📌বিধানসভা নিৰ্বাচনৰ পূৰ্বে BJPৰ জন আশীৰ্বাদ যাত্ৰা। 📌২৮ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব এই অভিযান। 📌প্ৰতিদিনে ১ লাখ লোকৰে জনসম্পৰ্ক স্থাপনৰ লক্ষ্যৰে ৯ মাৰ্চলৈ চলিব জন আশীৰ্বাদ যাত্ৰা। 📌মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ'ব এখনকৈ সভা। 📌১৫ মাৰ্চত ১ লাখ যুৱকক লৈ গুৱাহাটীত অনুষ্ঠিত হ'ব যুৱ সমাৰোহ। 📌জ্যেষ্ঠজনৰ পৰা আশীৰ্বাদ বিচাৰি এই যাত্ৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। Like the official facebook page of News Live: / newslivetvofficial Follow News Live on twitter: / newsliveghy Connect to our instagram account: / newsliveghy Visit our website for all news updates: http://newslivetv.com/