У нас вы можете посмотреть бесплатно DURONIR PAHAROR | ASSAMESE SONG 2022 | NILOTPAL BORA или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে ৰামধেনু বিচাৰি যাওঁ সেউজীয়া পৃথিৱীৰ কুমলীয়া হৃদয়ৰ ঠিকনা বিচাৰি পাওঁ পাহাৰীয়া মৰমৰ ঢৌ খেলা ৰ’দালিত মনে মোৰ নদী হৈ আকাশলৈ চায় । পাহাৰীয়া বতাহৰ সুমথিৰা আবেলিত মনে মোৰ কহুৱা হৈ হালি জালি চায় । দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে…. অন্তৰা : অ’ বেলি ঘৰমুৱা হ’লি জোন তৰাৰ খিলিমিলি হাঁহিত অচিনা নিয়ৰৰ গধুলি নিজানৰ সুহুৰি বজালি ৰিণিৰিণি দূৰণিত অ আ ক খ ৰ কিৰিলি জোনাকত কবিতা হৈ ফুলে । দূৰণিৰ পাহাৰৰ চিনাকি বাটেৰে…. Song Credits : Lyrics,Composition,Vocal & Music Produced by Nilotpal Bora Guitars & strokes : Atonu Gautam Live bass : Abhinov Bora Mix & master: Diganta Bordoloi at Audioholic Recorded at Chikmik Studio(Guwahati) & Sound Stories ( Mumbai ) Recording Engineer : Sibabrata Sharma & Gauri Shankar Lahon Animation & iLLustration : Kuldeep Kashyap