У нас вы можете посмотреть бесплатно বৰগীত//হৰিনামৰ ৰস//Assamese Bhakti Geet//Borgeet или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
বৰগীত//ভক্তি ৰস//হৰিনামৰ ৰস//Assamesr Bhakti Geet/Borgeet গুৰু দুজনাৰ অনন্য সৃষ্টি বৰগীতৰ সুৰ অতি মধুৰ। এই বৰগীতৰে ৰস পান কৰি আমি মনুষ্য জাতি ঈশ্বৰত মত্ত হ'ব পাৰো। পৰম কৃপালু পৰমেশ্বৰৰ অমৃত বাণীক গুৰু দুজনাই অতি সুললিত আৰু সৰল ভক্তি ৰসেৰে সজাই তুলিছে। এই ৰসকে পান কৰি আমি আমাৰ মনুষ্য জীৱন ধন্য কৰো। কেইটামান বৰগীতৰ সকলোৰে বাবে আগবঢ়লো। শুনি চাব। মন-প্ৰাণ ভৰি পৰিব। #বৰগীত #অসমীয়া ভক্তি ৰস #হৰিনাম #জুবিন #অসমীয়া