У нас вы можете посмотреть бесплатно গুৰু আসন কি ? তিনি ডাল কাঠি থকা পল দি পানী কেনেকৈ আনিছিল সতী ৰাধিকাই ? или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
নামঘৰলৈ আমি সকলোৱে যাওঁ, সেৱা কৰোঁ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, নামঘৰৰ মণিকুটত থকা সেই পবিত্ৰ 'গুৰু আসন'খনৰ তাৎপৰ্য কি? মহামানৱ শ্ৰীমন্ত শংকৰদেৱে কিয় নামঘৰত কোনো দেৱ-দেৱীৰ মূৰ্তি স্থাপন নকৰি এখন 'আসন' বা 'গ্ৰন্থ'ক স্থান দিলে? এই আসনৰ সিংহ, হাতী আৰু খাপবোৰৰ আঁৰত লুকাই থকা গভীৰ অৰ্থ (Scientific & Spiritual Logic) কি? আজিৰ এই ভিডিঅ’টোত আমি আলোচনা কৰিম: 1. গুৰু আসনৰ গঠন আৰু ইয়াৰ ৭ টা খাপৰ ৰহস্য। 2. সিংহ আৰু হাতীৰ চিহ্নই আচলতে কি বুজায়? 3. সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ। অসমীয়া সংস্কৃতিৰ এই মহান দৰ্শনক বুজিবলৈ ভিডিঅ’টো শেষলৈকে চাব। Topics Covered: 1.Significance of Guru Asana in Namghar. 2. Symbolism of the Lions and Elephants in the Singhasan. 3. Sati Radhika memorial place . ভিডিঅ’টো ভাল লাগিলে লাইক কৰিব আৰু আমাৰ সংস্কৃতিৰ এই বাৰ্তা প্ৰচাৰ কৰিবলৈ শ্বেয়াৰ কৰিব। #Sankardeva #GuruAsana #AssameseCulture #Namghar #PranjitTalks #AssamHistory