У нас вы можете посмотреть бесплатно 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক ভয়-ভাবুকি প্ৰদান или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক ভয়-ভাবুকি প্ৰদান। ফোনযোগে নিতুমণি শইকীয়াক ভয়-ভাবুকি আৰু মানসিক হাৰাশাস্তি। নলবাৰী বিজেপিৰ একাংশ নেতা-কৰ্মী জড়িত হৈছে এনে কাণ্ডত। মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ একাংশ অন্ধ ভক্তও লিপ্ত হৈছে এই কাণ্ডত। 'প্ৰতিদিন টাইম'ৰ মুখ্য সম্পাদকক ব্যক্তিগত পৰ্যায়ত আক্ৰমণ। নিশা ৮ বজা পৰ্যন্ত নিতুমণি শইকীয়াক ফোন কৰি আক্ৰমণ। অশালীন ভাষা প্ৰয়োগেৰে দাবী-ধমকি আৰু ভয়-ভাবুকি প্ৰদান। এইসকলৰ ভিতৰত আছে নন্দলাল সৰকাৰ, আদিত্য বৈশ্য, ছপলা ৰাজবংশী মেধি, কমল বৈশ্য, কৌশিক দাস অন্যতম। জনৈক আদিত্য বৈশ্যই মন্ত্ৰীৰ আত্মীয় বুলিও উল্লেখ কৰিছিল। ভয়-ভাবুকি দিয়া লোকসকলৰ তালিকাখন আৰু বহু দীঘলীয়া। বিষয়টো দৃষ্টিগোচৰ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ। 'অভিমত' অনুষ্ঠানৰ যোগেদি দৃষ্টিগোচৰ কৰিছে নিতুমণি শইকীয়াই। #PratidinTime #assam #AssamNews #nitumanisaikia #jayantamallabaruah