У нас вы можете посмотреть бесплатно Trading-ত সকলো শেষ? টকা নাই,এতিয়া Next Plan কি ? My Loss Story & Recovery Path или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
নমস্কাৰ বন্ধুসকল, যোৱা ২ ফেব্ৰুৱাৰীৰ বাজেটৰ দিনটো মোৰ ট্ৰেডিং কেৰিয়াৰৰ বাবে এটা কঠিন দিন আছিল। Nifty Option Trading-ত ১২,৬১৯ টকাৰ লোকচান হোৱাৰ পিছত মই মানসিকভাৱে যথেষ্ট ভাঙি পৰিছিলোঁ,যাৰ বাবে চেনেলত ভিডিঅ' দিয়াত পলম হ'ল। কিন্তু কেৱল বহি থাকিলে সমস্যাৰ সমাধান নহয়। আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিছোঁ: ট্ৰেডিংত লোকচান হোৱাৰ পিছত নিজক কেনেকৈ চম্ভালিব? হাতত মূলধন (Capital) নোহোৱা অৱস্থাত এজন ট্ৰেডাৰৰ পৰৱৰ্তী পদক্ষেপ কি হোৱা উচিত? মই কেনেকৈ নতুনকৈ সকলো আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছোঁ। যিসকলে ট্ৰেডিংত লোকচান কৰি হতাশ হৈছে,এই ভিডিঅ'টো তেওঁলোকৰ বাবে। আহক,আমি একেলগে শিকো আৰু আগুৱাই যাওঁ। ভিডিঅ'টো ভাল লাগিলে Like কৰিব,subscribe আৰু আপোনাৰ অভিজ্ঞতা Comment-ত জনাব। #TradingLoss #NiftyOption #TradingRecovery #AssameseTrader #Psychology #NextPlan #StockMarketAssam #assamtRader #assamesestockmarket