• ClipSaver
  • dtub.ru
ClipSaver
Русские видео
  • Смешные видео
  • Приколы
  • Обзоры
  • Новости
  • Тесты
  • Спорт
  • Любовь
  • Музыка
  • Разное
Сейчас в тренде
  • Фейгин лайф
  • Три кота
  • Самвел адамян
  • А4 ютуб
  • скачать бит
  • гитара с нуля
Иностранные видео
  • Funny Babies
  • Funny Sports
  • Funny Animals
  • Funny Pranks
  • Funny Magic
  • Funny Vines
  • Funny Virals
  • Funny K-Pop

Lahowal College: এখন বিশেষ মহাবিদ্যালয় আৰু এজন ব্যক্তি, য’ত শিক্ষাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তোলা হয় скачать в хорошем качестве

Lahowal College: এখন বিশেষ মহাবিদ্যালয় আৰু এজন ব্যক্তি, য’ত শিক্ষাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তোলা হয় 2 года назад

скачать видео

скачать mp3

скачать mp4

поделиться

телефон с камерой

телефон с видео

бесплатно

загрузить,

Не удается загрузить Youtube-плеер. Проверьте блокировку Youtube в вашей сети.
Повторяем попытку...
Lahowal College: এখন বিশেষ মহাবিদ্যালয় আৰু এজন ব্যক্তি, য’ত শিক্ষাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তোলা হয়
  • Поделиться ВК
  • Поделиться в ОК
  •  
  •  


Скачать видео с ютуб по ссылке или смотреть без блокировок на сайте: Lahowal College: এখন বিশেষ মহাবিদ্যালয় আৰু এজন ব্যক্তি, য’ত শিক্ষাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তোলা হয় в качестве 4k

У нас вы можете посмотреть бесплатно Lahowal College: এখন বিশেষ মহাবিদ্যালয় আৰু এজন ব্যক্তি, য’ত শিক্ষাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তোলা হয় или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:

  • Информация по загрузке:

Скачать mp3 с ютуба отдельным файлом. Бесплатный рингтон Lahowal College: এখন বিশেষ মহাবিদ্যালয় আৰু এজন ব্যক্তি, য’ত শিক্ষাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তোলা হয় в формате MP3:


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



Lahowal College: এখন বিশেষ মহাবিদ্যালয় আৰু এজন ব্যক্তি, য’ত শিক্ষাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তোলা হয়

এক কন্টকময় যাত্ৰা আৰু উজনি অসমৰ এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। ২৮ টা বৰ্ষত ভৰি দিয়া এই প্ৰতিষ্ঠানখনৰ আছে এক দীঘলীয়া সংগ্ৰাম। যি সংগ্ৰামৰ মাজেৰে আজিৰ দিনত এক সুকীয়া স্বকীয়তা লাভ কৰিছে মহাবিদ্যালয়খনে। আমি ক'ব বিচাৰিছো ডিব্ৰুগড়ৰ লাহোৱালস্থিত লাহোৱাল মহাবিদ্যালয়ৰ কথা। চন ১৯৯৪। এখন সাধাৰণ সভা আয়োজন কৰিছিল লাহোৱালত লাহোৱালবাসী ৰাইজে আৰু সেই সভাতেই লাহোৱালত এখন কলেজ প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল।সেই প্ৰস্তাৱত সন্মতি জনাই অধ্যক্ষ আৰু পৰিচালনা সমিতিৰ সভাপতি হিচাপে দায়িত্ব লৈ ১৯৯৫ চনত লাহোৱাল মহাবিদ্যালয় স্থাপন কৰিলে ড° জ্যোতি প্ৰসাদ দত্তই। সেই সময়ত মহাবিদ্যালয় বুলিবলৈ কোনো স্থায়ী ঘৰ নাছিল। এখন মধ্য ইংৰাজী বিদ্যালয়তে চলিছিল উচ্চতৰ মাধ্যমিকৰ পাঠদান। লাহে লাহে এটা কেচা ঘৰ হ'ল মহাবিদ্যালয়খনৰ বাবে মুঠ ৪ বিঘা মাটিত। কলেজখনে পূৰ্ণতা পাবলৈ ধৰিলে। স্নাতক কলা শাখা আৰম্ভ কৰিলে লাহোৱাল মহাবিদ্যালয়ে। স্নাতক শিক্ষাৰ সমান্তৰালকৈ মহাবিদ্যালয়খনে গুৰুত্ব আৰোপ কৰি গ'ল ভকেচনেল শিক্ষাৰ ওপৰত।অধ্যক্ষ ড° জ্যোতি প্ৰসাদ দত্তৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী সকল, পৰিচালনা সমিতিৰ সপোনবোৰ ডাঙৰ হ'বলৈ ধৰিলে মহাবিদ্যালয়খনক লৈ। লাহোৱালৰ লগতে, ডিব্ৰুগড়, উজনি অসমৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰীয়েও ভিৰ কৰিলে মহাবিদ্যালয়খনত। স্নাতক কলা শাখাৰ ফলাফলতো উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰিব ধৰিলে মহাবিদ্যালয়খনে। ইয়াৰ পিছত আৰু কোনো ৰৈ থাকিব নিবিচাৰিলে ৷ ২০০৮ চনত আৰম্ভ কৰিলে মহাবিদ্যালয়খনত স্নাতক বাণিজ্য শাখা আৰু ২০১০ চনত আৰম্ভ কৰিলে বিজ্ঞান শাখা।আজিৰ দিনত কলা,বিজ্ঞান,বাণিজ্য তিনিওটা বিষয়ে অন্তৰ্ভুক্ত এখন মহাবিদ্যালয়লৈ পৰিণত হ'ল ১৯৯৫ চনৰ পৰা কন্টকময় বাটেৰে অহা মহাবিদ্যালয়খন। লাহোৱাল মহাবিদ্যালয় কেৱল বিদ্যায়তনিক দিশতে আগুৱাই যোৱা নাই। ক্ৰীড়া,গীত নৃত্য, কলা,সংস্কৃতি, সাহিত্য সকলো দিশতে আগুৱাই গৈছে। ৰূপালী জয়ন্তী বৰ্ষত একেলগে কেইবাখনো গ্ৰন্থ মুকলি কৰি ইতিমধ্যো ইতিহাস ৰচনা কৰিছে মহাবিদ্যালয়খনে।মহাবিদ্যালয়খনত সাহিত্যৰ চৰ্চাৰ বাবে ২ অক্টোবৰত ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হয় প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা। ৩২ খনকৈ প্ৰাচীৰ পত্ৰিকাৰ মাজত হয় এই প্ৰতিযোগিতা। ইয়াৰোপৰি আটাইতকৈ ডাঙৰ কথাটো হ'ল মহাবিদ্যালয়খনৰ চৌপাশটোক এক বিশেষ ৰূপ দিবলৈ চেষ্টা কৰিছে অধ্যক্ষৰ লগতে শিক্ষক-শিক্ষয়ত্ৰী সকলে। মহাবিদ্যালয়খনৰ ভিতৰলৈ সোমালেই পোৱা যায় এটা মন পৰশা পৰিৱেশ। চৌদিশে কেৱল সেউজীয়া। আৰু সেউজীয়াবোৰৰ মাজে মাজে শ্ৰেণী কোঠাত ছাত্ৰ-ছাত্ৰীৰ কোলাহল।আমি যে কৈছিলো লাহোৱাল মহাবিদ্যালয়ে কেৱল কলা,বিজ্ঞান,বাণিজ্য শাখাতে গুৰুত্ব দিয়া নাই,এইকাৰণেই কৈছিলো কাৰণ লাহোৱাল মহাবিদ্যালয় যথেষ্ট আগুৱাই গৈছে কাৰিকৰী অথবা ভকেচনেল শিক্ষাত। কম্পিউটাৰ শিক্ষা, মৎস্য পালন, পশু পালন,চাহ ৰোপন আদি বিভিন্ন কাৰিকৰী শিক্ষা অন্তৰ্ভুক্ত কৰিছে মহাবিদ্যালয়খনে। আটাইতকৈ গৌৰৱৰ কথাটো হ'ল লাহোৱাল মহাবিদ্যালয় আজিৰ দিনত ১৫০০ তকৈ অধিক কম্পিউটাৰ থকা উজনি অসমৰ অন্যতম শিক্ষা প্ৰতিষ্ঠান।২০১৪ চনতেই সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে মহাবিদ্যালয়খনত মুকলি কৰিছিল ১০০ টা কম্পিউটাৰ । আজিৰ দিনত বৃহৎ বৃহৎ নিযুক্তি পৰীক্ষা, JEE, NEET আদিৰ দৰে পৰীক্ষাৰ বাবে উজনি অসমত মুখ্য কেন্দ্ৰ এই মহাবিদ্যালয়খন। SSC, RAILWAY আদি বিভিন্ন পৰীক্ষা অনুষ্ঠিত হয় লাহোৱাল মহাবিদ্যালয়ত। সচাঁই এয়া প্ৰতিজন লাহোৱালবাসীৰ বাবে এটা গৌৰৱৰ বিষয়। লাহোৱাল মহাবিদ্যালয়ৰ বাবেই আজি লাহোৱাললৈ আগমন ঘটিছে ভিন্ন প্ৰান্তৰ লোকৰ ৷ বৃহস্পতিবাৰে ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত কৰিলে মহাবিদ্যালয়খনে।প্ৰতিষ্ঠা দিৱসত ভাষন ৰাখি আৱেগিক হৈ পৰিল অধ্যক্ষ ড° জ্যোতি প্ৰসাদ দত্ত। বিশিষ্ট অতিথি হিচাপে উপস্থিত বহুজনেই কৈ গ'ল মহবিদ্যালয়খনৰ কন্টকময় যাত্ৰাৰ কথা। আমিও লাহোৱাল মহাবিদ্যালয়লৈ জনাইছো শুভেচ্ছা। দূৰ দিগন্তলৈ জিলিকি থাকক লাহোৱাল মহাবিদ্যালয় ৷

Comments
  • Катастрофа в столице / Захват Киева Россией? 15 часов назад
    Катастрофа в столице / Захват Киева Россией?
    Опубликовано: 15 часов назад
  • খহনীয়াই ভাবুকি মাতিছে ডিব্ৰুগড় চহৰলৈ 4 месяца назад
    খহনীয়াই ভাবুকি মাতিছে ডিব্ৰুগড় চহৰলৈ
    Опубликовано: 4 месяца назад
  • Lahowal College News : শিক্ষাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তোলা এখন বিশেষ মহাবিদ্যালয় #local18 2 года назад
    Lahowal College News : শিক্ষাৰ লগতে আত্মনিৰ্ভৰশীল কৰি তোলা এখন বিশেষ মহাবিদ্যালয় #local18
    Опубликовано: 2 года назад
  • MSW পঢ়ক আৰু সুখী মানুহ হৈ জীয়াই থাকক 8 месяцев назад
    MSW পঢ়ক আৰু সুখী মানুহ হৈ জীয়াই থাকক
    Опубликовано: 8 месяцев назад
  • ৰূপ সলনি হ’ব ঐতিহাসিক ডিব্ৰুগড় চহৰৰ 3 года назад
    ৰূপ সলনি হ’ব ঐতিহাসিক ডিব্ৰুগড় চহৰৰ
    Опубликовано: 3 года назад
  • ЮНУС. Трамп играет сразу с Путиным и Зеленским! Это приведет к эскалации. Включился Китай, дальше... 23 часа назад
    ЮНУС. Трамп играет сразу с Путиным и Зеленским! Это приведет к эскалации. Включился Китай, дальше...
    Опубликовано: 23 часа назад
  • কিমানে চাকৰি পালে হিচাপ নাই মাত্ৰ এবছৰীয়া এটা Course কৰি || চাওঁক প্ৰমাণৰ সৈতে || NEFSA Dibrugarh 1 год назад
    কিমানে চাকৰি পালে হিচাপ নাই মাত্ৰ এবছৰীয়া এটা Course কৰি || চাওঁক প্ৰমাণৰ সৈতে || NEFSA Dibrugarh
    Опубликовано: 1 год назад
  • Главные сенсации на Большом Шлеме Пари; 2026? Paris Grand Slam 2026 - UPSETS 1 день назад
    Главные сенсации на Большом Шлеме Пари; 2026? Paris Grand Slam 2026 - UPSETS
    Опубликовано: 1 день назад
  • Dibrugarh News: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ সমাৰোহ 1 год назад
    Dibrugarh News: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ যুৱ সমাৰোহ
    Опубликовано: 1 год назад
  • ডিব্ৰুগড় চহৰখন থাকিবগৈ নে? 2 года назад
    ডিব্ৰুগড় চহৰখন থাকিবগৈ নে?
    Опубликовано: 2 года назад
  • বলক তিনিচুকীয়া লৈ - Going to Tinsukia District of Assam 5 лет назад
    বলক তিনিচুকীয়া লৈ - Going to Tinsukia District of Assam
    Опубликовано: 5 лет назад
  • ⚡Урсуле задали ОСТРЫЙ ВОПРОС ОБ УКРАИНЕ И ЗЕЛЕНСКОМ! Внимание на РЕАКЦИЮ. Ответ УДИВИЛ ВСЕХ 1 день назад
    ⚡Урсуле задали ОСТРЫЙ ВОПРОС ОБ УКРАИНЕ И ЗЕЛЕНСКОМ! Внимание на РЕАКЦИЮ. Ответ УДИВИЛ ВСЕХ
    Опубликовано: 1 день назад
  • ⚡Урсула УДИВИЛА УКРАИНЦЕВ обращением! Заявила об УКРАИНЕ ТАКОЕ, что зал взорвался ОВАЦИЯМИ 1 день назад
    ⚡Урсула УДИВИЛА УКРАИНЦЕВ обращением! Заявила об УКРАИНЕ ТАКОЕ, что зал взорвался ОВАЦИЯМИ
    Опубликовано: 1 день назад
  • Рагхав Чадха заслужил похвалу за поднятие ключевых вопросов в Раджья Сабхе во время бюджетной сес... 6 дней назад
    Рагхав Чадха заслужил похвалу за поднятие ключевых вопросов в Раджья Сабхе во время бюджетной сес...
    Опубликовано: 6 дней назад
  • Космический корабль SpaceX Crew-12 НАСА приземлился на космической станции после стыковки. 1 день назад
    Космический корабль SpaceX Crew-12 НАСА приземлился на космической станции после стыковки.
    Опубликовано: 1 день назад
  • Срочная новость: Рубио на Мюнхенской конференции по безопасности призвал Европу к бдительности! 2 дня назад
    Срочная новость: Рубио на Мюнхенской конференции по безопасности призвал Европу к бдительности!
    Опубликовано: 2 дня назад
  • Bengluru vs Maharastra Qauter final match all india civil services kabaddi turnamnet chandigarh 3 дня назад
    Bengluru vs Maharastra Qauter final match all india civil services kabaddi turnamnet chandigarh
    Опубликовано: 3 дня назад
  • Готовы ли индийские IT-компании к революционным изменениям в сфере искусственного интеллекта? | Д... 3 дня назад
    Готовы ли индийские IT-компании к революционным изменениям в сфере искусственного интеллекта? | Д...
    Опубликовано: 3 дня назад
  • ৰাতিৰ ডিব্ৰুগড়ত কি কি পাই - Explore Dibrugarh at Night 1 год назад
    ৰাতিৰ ডিব্ৰুগড়ত কি কি পাই - Explore Dibrugarh at Night
    Опубликовано: 1 год назад
  • Sarbananda Sonowal In Dibrugarh : ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল | N18V 1 год назад
    Sarbananda Sonowal In Dibrugarh : ডিব্ৰুগড়ত বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল | N18V
    Опубликовано: 1 год назад

Контактный email для правообладателей: u2beadvert@gmail.com © 2017 - 2026

Отказ от ответственности - Disclaimer Правообладателям - DMCA Условия использования сайта - TOS



Карта сайта 1 Карта сайта 2 Карта сайта 3 Карта сайта 4 Карта сайта 5