У нас вы можете посмотреть бесплатно Exuta_Puhor_Official_Video(এসোঁতা পোহৰ).Satyabrat Bairagi. Shibananda Baruah. Valentine Day Song. или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Nirvaan's Musical Meadow presents a beautiful romantic assamese song for those who are in love and following love.This Valentine celebrate your love with this beautiful soft melody. Audio Credits: Song:এসোঁতা পোহৰ Vocal & Composition:সত্যব্ৰত বৈৰাগী Lyrics:জ্যোতি প্ৰসাদ বৈৰাগী Music:শিৱানন্দ বৰুৱা(Rudra records) Sitar:শুভাংকৰ হাজৰিকা Flute:অঞ্জন মেধি Mix & Master:ভূপেশ শইকীয়া(Taal Maan) Poster design & Video:অৰিন্দম বৰুৱা Audio Distribution:ত্ৰিনেত্ৰ মিউজিক ইণ্ডিয়া এসোঁতা পোহৰ তোমাক দেখিলেই মোৰ চকুৰ পতাতে এসোঁতা পোহৰে আৱৰি ধৰে তোমাক ভাৱিলেই মেঘ বোৰ বৰষে প্ৰেমৰ বাৰিষা মনলে নামে তুমি ৰ'দালী নে তুমি জোনাকী নে মোৰ এই মন আকাশৰে তোমাৰ ওঠঁৰ হাঁহিটিতে শিহৰণ জাগে মোৰ দেহতে দুচকুৰ চাৱনিয়ে মোক জীয়াই মাৰে জীয়াই তোলে। বৰষূণ তুমি বাৰিষাৰে এচাতি বতাহ ফাগুনৰে ৰ'দালি তুমি পুৱাৰে দুচকু মেলি দেখিম তোমাকে তোমাক দেখিলেই মোৰ বুকুলে এবুকু মৰম উজাই আহে অনুভৱে ভাল পোৱা নোজোৰে সেয়েহে তোমাক কাষতে লাগে নদী হৈ আহা মোৰ বুকুলে দুয়ো মিলি যাম সাগৰলে মই তোমাৰ হৈ তুমি মোৰে দুয়ো দুয়োৰে হৈ জনমলে।