У нас вы можете посмотреть бесплатно কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। পুৱা ৭.১৫ বজাত চাবুৱাত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী। ৯.৫০ বজাত চাবুৱাৰ এয়াৰ ফিল্ডৰ পৰা মৰাণলৈ আহিব মোডী। ELF সম্পন্ন ঘাইপথত কলা-কৌশল প্ৰদৰ্শন কৰিব বায়ুসেনাৰ বিমানে। ১২.৩০ বজাত মৰাণৰ পৰা গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰীগৰাকী। দুপৰীয়া ১.১৫ বজাত গুৱাহাটী-উত্তৰ গুৱাহাটী দলং উদ্বোধন কৰিব। ইয়াৰ পিছতে লাচিত ঘাটত IIM কেম্পাছ মুকলি কৰিব। বঙাৰত নিৰ্মাণ হৈছে IIMৰ অস্থায়ী চৌহদ। ২ বজাত খানাপাৰাত আয়োজিত বিজেপিৰ বুথ সন্মিলনত অংশ ল'ব। মৰাণৰ পৰা আমাৰ এক প্ৰতিবেদন। #PratidinTime #AssamNews #assam #MORAN #NarendraModi