У нас вы можете посмотреть бесплатно 'মৰিয়াহোলা'ৰ লেখকৰ মুখেৰে ইতিহাসৰ বাস্তৱ ছবি || Jayanta Madhab Bora || Kasiyoli (কাঁচিয়লি) Ep. 1 или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
কাঁচিয়লি পোহৰৰ ঠিকনা... আন্ধাৰৰ বাট কাটি 'কাঁচিয়লি'ৰ পোহৰে পোহৰাই তুলিব আমাৰ সকলোৰে মন মগজু । এই আশাৰে সাহিত্য আৰু সাহিত্যিকৰ সৈতে আমাৰ এই অনুষ্ঠান 'কাঁচিয়লি'- পোহৰৰ ঠিকনা। ইতিবাচক চিন্তাৰে আগবঢ়া আমাৰ এই যাত্রাত আপোনালোক সকলো সহযাত্রী হ'ব বুলি বিশ্বাস ৰাখিছোঁ। প্রিয় শ্রোতা-দর্শক আপোনালোকৰ মৰম-বিশ্বাস আমাৰ সদায়ে কাম্য হৈ ৰ'ব। এই অনুষ্ঠানত আমি অসমীয়া সাহিত্যৰ অন্বেষণৰ মাজেৰ আলোচনা আগবঢ়াম।ইয়াত অসমীয়া সাহিত্যৰ বিশিষ্ট লেখক - সাহিত্যিক আৰু বিশিষ্ট ব্যক্তিৰ অন্তদৃষ্টিৰে আলোচনা আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। এই অনুষ্ঠানত আলোচনা হ'ব অসমীয়া ভাষা-সাহিত্য,সংস্কৃতিৰ লগতে ইতিহাস,অসমৰ সাম্প্ৰতিক পৰিৱেশ,পৰিস্থিতি আৰু সমস্যাসমূহক সাঙুৰি গোটেইবোৰ দিশ । পাপৰি বড়া / 18os4hqty5