У нас вы можете посмотреть бесплатно 10 নম্বৰ কমিল 10টাত স্থান পাবলে ৷ ল’ৰাটোৰ কথা শুনি চকুলো ওলাব или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
হীৰকজ্যোতি সন্দিকৈ , ঘৰ চাৰিমুঠিয়া গোহাঁই গাওঁ ,লাকুৱা ৷ মাত্ৰ 10 নম্বৰৰ কাৰণে স্হান নাপালে ৷ সেইটোৰ কাৰণে মই vlog টো বনোৱা নাই , তাৰ জীৱন সংগ্ৰাম খিনিৰ কাৰণেহে মই vlog টো বনালোঁ যাতে নতুন প্ৰজন্মই প্ৰেৰণা পায় ৷ “জ্ঞানজ্যোতি একাডেমি চিনিয়ৰ ছেকেণ্ডেৰী স্কুল ,গঢ়মুৰ শিমলুগুৰি,চৰাইদেউ ৷’’গাৱঁৰ এখন স্কুলৰ পৰা তাকো প্ৰায় 10 km মান চাইকেলেৰে আহি পঢ়া শুনা কৰাৰ লগতে স্কুলৰ পৰা যাঁওতে ঘৰৰ দোকানলে বস্তু লৈ যায় ৷ ইয়াৰোপৰি গোটেই ঘৰখন চলাব লগীয়া হয় , যিহেতু দেউতাক শয্যাগত , আপোনালোকে video টো শেষলৈকে চাব ,সব নিজেই গম পাই যাব ৷ #Hb gohain#motivational vlog#no 49# 9101698740.