• ClipSaver
  • dtub.ru
ClipSaver
Русские видео
  • Смешные видео
  • Приколы
  • Обзоры
  • Новости
  • Тесты
  • Спорт
  • Любовь
  • Музыка
  • Разное
Сейчас в тренде
  • Фейгин лайф
  • Три кота
  • Самвел адамян
  • А4 ютуб
  • скачать бит
  • гитара с нуля
Иностранные видео
  • Funny Babies
  • Funny Sports
  • Funny Animals
  • Funny Pranks
  • Funny Magic
  • Funny Vines
  • Funny Virals
  • Funny K-Pop

Habung(হাবুং) "the Second Capital of Ahom kingdom" ,Dhemaji ll হাবুং ৰ বিষয়ে কিছু নজনা কথা জানো আহক скачать в хорошем качестве

Habung(হাবুং) "the Second Capital of Ahom kingdom" ,Dhemaji ll হাবুং ৰ বিষয়ে কিছু নজনা কথা জানো আহক 3 года назад

скачать видео

скачать mp3

скачать mp4

поделиться

телефон с камерой

телефон с видео

бесплатно

загрузить,

Не удается загрузить Youtube-плеер. Проверьте блокировку Youtube в вашей сети.
Повторяем попытку...
Habung(হাবুং)
  • Поделиться ВК
  • Поделиться в ОК
  •  
  •  


Скачать видео с ютуб по ссылке или смотреть без блокировок на сайте: Habung(হাবুং) "the Second Capital of Ahom kingdom" ,Dhemaji ll হাবুং ৰ বিষয়ে কিছু নজনা কথা জানো আহক в качестве 4k

У нас вы можете посмотреть бесплатно Habung(হাবুং) "the Second Capital of Ahom kingdom" ,Dhemaji ll হাবুং ৰ বিষয়ে কিছু নজনা কথা জানো আহক или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:

  • Информация по загрузке:

Скачать mp3 с ютуба отдельным файлом. Бесплатный рингтон Habung(হাবুং) "the Second Capital of Ahom kingdom" ,Dhemaji ll হাবুং ৰ বিষয়ে কিছু নজনা কথা জানো আহক в формате MP3:


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса ClipSaver.ru



Habung(হাবুং) "the Second Capital of Ahom kingdom" ,Dhemaji ll হাবুং ৰ বিষয়ে কিছু নজনা কথা জানো আহক

Habung ll হাবুং the Second Capital of Ahom kingdom ,Dhemaji ll হাবুং ৰ বিষয়ে কিছু নজনা কথা জানো আহক হাবুং হৈছে তাই ভাষাত হা মানে পাঁচ আৰু বুং মানে ব হৈছে পুখুৰী । আৰু এটা অর্থ হল হাবুং মানে টাই ভাষাত দ সৰুৱা ঠাই। হাবুং ধেমাজী জিলাৰ আজোহা আৰু বুঢ়াভকত গাঁৱত অৱস্থিত। ১০ শতিকাৰ ৰত্নপালৰ তামৰ ফলিৰ পৰা হাবুং প্ৰাচীন কালৰ পৰাই এক গুৰুত্বপূৰ্ণ অঞ্চল বা প্ৰদেশ আছিল বুলি উমান পোৱা যায়, য'ত কামৰূপৰ ৰজা সকলে ব্ৰাহ্মণৰ সংস্থাপন কৰিছিল। ১২০০ শতিকাত কামৰূপ বিভক্ত হোৱাৰ ফলত হাবুং চুতীয়া ৰাজ্যৰ অধীনলৈ আহে। ৰত্নধ্বজপালে দদায়েক স্বেতগিৰিৰ ৰজা ভদ্ৰশেনৰ পৰা ধেমাজি অঞ্চল দখল কৰি হাবুঙৰ দক্ষিণৰ ৰতনপুৰত ৰাজধানী স্থাপন কৰে। একে সময়চোৱাতে পাটকাই পৰ্বতৰ পুৰ্বৰ পৰা অহা টাই আহোম সকলে অভয়পুৰত (শিৱসাগৰৰ অঞ্চল) বানপানী হোৱাৰ ফলত হাবুঙৰ টাই ভেটিত দুটা গড় ভেটি অস্থায়ী ৰাজধানী পাতে। কিন্তু ৪ বছৰ থাকি পুনৰ বানপানী হোৱাৰ ফলত শিৱসাগৰৰ লিগিৰী গাঁৱলৈ (চনটক) উভতি যায় য'ত বৰাহী চুতীয়া সকলক লগ পায়। উল্লেখযোগ্য যে চুকাফাই বানপানী হোৱাৰ বাবে এৰি যোৱা তিপাম (কানগং নামৰ এজন), নামৰূপ (খুণতাং নামৰ এজন) বা লিগিৰী গাঁৱ (তাখোনলাক নামৰ এজন) লেখীয়া ঠাইৰ দৰে অভয়াপুৰ আৰু হাবুং অঞ্চলত কোনো লোকক ৰাখি যোৱা নাছিল। ইয়াৰ পাছত হাবুঙৰ উল্লেখ ১৪ শতিকাত পোৱা যায়। ইব্ন বট্টোতাই ১৪ শতিকাৰ ‌আগ ভাগত কামৰূপ ভ্ৰমণ কৰোঁতে হাবুঙলৈ(হাবাঙ) আহিছিল। এই‌ কথা তেওঁ ‌নিজৰ‌ লেখনীত উল্লেখ ‌কৰিছে। তেওঁৰ মতে হাবুং তেতিয়াৰ দিনত‌ এক সমৃদ্ধিশালী অঞ্চল আছিল। চুতীয়া ৰজা সত্যনাৰায়ণে ১৩৯২ চনত হাবুং অঞ্চলত ব্ৰাহ্মণক ভূমি দান কৰিছিল। মৃত্যু দণ্ডৰ পৰা প্ৰাণ ৰক্ষা কৰিবলৈ আহোম ৰজা থিয়াও খামতিৰ ৰাণীয়ে দিহিং(পূৰ্বতে দিহিং বোকাখাটৰ মহোৰামুখত পৰিছিল) পাৰ হৈ আহি চুতীয়া ৰাজ্যৰ হাবুঙত আশ্ৰয় লৈছিল। নাওবৈচা ফুকনৰ বুৰঞ্জীৰ মতে হাবুঙত ব্ৰাহ্মণ এজনে তেখেতক প্ৰশ্ন কৰোঁতে তেখেতে নিজকে অসম(আহোম)‌‌ ৰাজ্যৰ ৰাণী বুলি চিনাকি দিছিল। ইয়াৰ পাচত হাবুঙৰ উল্লেখ ১৪২৮ চনত চুতীয়া ৰজা‌ ধৰ্মনাৰায়ণৰ পুত্ৰ দুৰ্লভনাৰায়ণৰ সদিয়াত উদ্ধাৰ হোৱা তামৰ ফলিত পোৱা যায়। এই ফলিৰ মতে চুতীয়া সেনাপতি শ্ৰী বৃহৎ পাত্ৰ হাবুঙৰ অধিকাৰী (হাবুঙাধিপতি) আছিল আৰু স্বধয়াধিপতি শ্ৰী শ্ৰী ধৰ্মনায়াৰণৰ আদেশত তেওঁ পুৰন্দৰ বিপ্ৰ‌ নামৰ এজন ব্ৰাহ্মণক ৪০০ পুটি মাটি দান কৰিছিল। ১৫১২ চনত আহোম ৰজা চুহুংমুঙে হাবুঙৰ চুতীয়া সেনাপতি বৃহৎপাত্ৰৰ(বৰপাত্ৰ) পৰা হাবুং অঞ্চলৰ পানবাৰী দখল কৰে যাৰ ফলত ১৫১৩ চনত চুতীয়া-আহোম ৰাজ্যৰ মাজত যুদ্ধ আৰম্ভ হয়। ১৫২০ চনত চুতীয়া ধীৰনাৰায়ণে পুনৰ বাৰ হাবুং অঞ্চল ঘূৰাই লয় আৰু ১৫২২ চনত হাবুঙৰ ব্ৰাহ্মণক মাটি দান কৰে। ঢকোৱাখনাৰ(হাবুং) কোঁৱৰগাঁৱত উদ্ধাৰ হোৱা এই ফলিৰ মতে ১৫২২ চনত শদিয়াৰ অধিপতি বিষ্ণু বংশৰ শ্ৰী ধীৰনাৰায়ণে প্ৰচণ্ড দুৰ্দণ্ড বাহুৰে সকলোকে পৰাজিত কৰি ৰাজ্যশ্ৰী লাভ কৰিছিল।  ইয়াৰ পাছতে চুতীয়া ৰাজ্য নীতিপালৰ হাতলৈ যায়। নীতিপালৰ দুৰ্বল শাসনৰ সুযোগ লৈ চুহুংমুঙে পুনৰ চুতীয়া ৰাজ্য আক্ৰমণ কৰে। ডিব্ৰুমুখৰ যুদ্ধত চুতীয়াৰ নেতৃত্বত থকা কাচিতৰাৰ লগতে বৰপাত্ৰ(হাবুঙাধিপতি) উল্লখ আছে। ১৫২৪ চনত আহোম সকলে হাবুুুুঙকে ধৰি সম্পূৰ্ণ চুতীয়া ৰাজ্য দখল কৰি লৈছিল। ১৫২৫ চনত চুহুংমুঙ ৰজাই হাবুং ৰাজত্ব কৰিবলৈ ভটিয়লীয়া গোহাঁই(থাওমোঙ মোঙ-তিউ) পদ সৃষ্টি কৰিছিল আৰু ক্লাঙচেঙ বোলা এজনক বঢ়াইছিল। ১৫২৭ চনত চুতীয়াৰ শ্ৰী বৃহৎ পাত্ৰক অনুকৰণ কৰি ক্লাঙচেঙক বৰপাত্ৰগোঁহাই পতা হৈছিল। চুক্লেংমুঙ(চুহুংমুঙৰ পুত্ৰ) ৰজাৰ দিনত হাবুঙৰ উল্লেখ পুনৰ পোৱা যায়। বুৰঞ্জীৰ অনুসৰি এই ৰজাৰ দিনত চুতীয়াৰ বৰপাত্ৰ এজনৰ সমৰ্থন পাই হাবুঙৰ ব্ৰাহ্মণ মুখিয়াল এজনে বিদ্ৰোহ কৰে। ফলত যুদ্ধ এখন হয় য'ত বৰপাত্ৰ জনৰ মৃত্যু হয় আৰু ব্ৰাহ্মণজন বেহাৰলৈ পলাই যায়। এই বৰপাত্ৰ হয়টো পুৰণি চুতীয়া বৰপাত্ৰ ৰাজপৰিয়ালৰ লোক আছিল‌‌ আৰু ক্লাঙচেঙক বৰপাত্ৰগোঁহাই পতা হোৱাৰ বাবে পূৰ্বৰ ভটিয়লীয়া গোহাঁইৰ ঠাইত হাবুঙত ৰাজত্ব কৰিবলৈ ৰখা হৈছিল। টাই ভেটি হাবুংৰ টাই ভেটিত চাওলুং চুকাফাই অস্থায়ী ৰাজধানী পাতিছিল। অসম চৰকাৰৰ সহযোগত হাবুঙৰ টাই ভেটিত থকা ৰাজধানীৰ মৈদাম , পুখুৰী আৰু গড় সমূহ সংৰক্ষণ কৰি ৰু'এন চাও ছেঙ (পৰম্পৰাগত দেউশাল) স্থাপন কৰে। ১৯৯০ চনৰ ১৭ জুন তাৰিখে স্থানীয় ফুৰালুং সংঘ আৰু সেইসময়ৰ ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত নগেন হাজৰিকাৰ সহযোগত আহোম ধৰ্মৰ নিয়ম অনুসৰি আহোমসকলৰ পূজা কৰা গৃহ হলুং হ'ফি মন্দিৰৰ নিৰ্মাণৰ কাৰণে আধাৰশিলা স্থাপন কৰে। পাছত ৯জন শুভাকাংক্ষীৰ দ্বাৰা ৮টা খুটা প্ৰদান কৰা হয় যাৰ ফলত স্থায়ী ভাবে হ'ফিটো নিৰ্মাণ কৰি উলিওৱা হৈছিল। সেই ঠাইৰ ঐতিহ্য ৰক্ষা কৰি পৰম্পৰাগত ফুৰালুংবানফি ধৰ্মৰ নীতিনিয়মতে টাইভেটিৰ ভিতৰত থকা হফি টোত ম'-লুং টাইপণ্ডিত সকলে আৰু বিশেষকৈ স্থানীয় ম'-চাম পণ্ডিত সকল আৰু স্থানীয় পঞ ফুৰালুং সংঘৰ সদস্য সকলে টাইআহোম ভাষাতে সেৱা অৰ্চনা কৰে। মন্দিৰত সেৱা আগ বঢ়োৱাৰ সময়ত বিশেষ দুটামান প্ৰাচীন টাই নিয়ম পালন কৰিব লাগে। তাই-চি পৰম্পৰা কৰাটো বাধ্যতামূলক আৰু তাত কক বান ফাই (চাকি জ্বলোৱা), আই চিংলাও গোৱা আদি নিয়ম কৰা হয়, তালৈ কাই অৰ্থাত কুকুৰা নিয়ম মতে নিয়া হয়। তালৈ যাওঁতে নিয়ম অনুসৰি বিভিন্ন ৰঙৰ কুকুৰা, লাও বা সাজপানী, নিয়াৰ উপৰিও বানফাই অৰ্থাৎ চাকি নিব লাগে। সন্তানৰ আশাত বগা মতা কুকুৰা দিব লাগে, অসুখ বা বিপদৰ পৰা ৰক্ষা পাবলৈ কলা মতা কুকুৰা দিয়া হয় আৰু অইন বিশেষ মনোকামনা নাথাকিলে যিকোনো ৰঙৰ বা পখৰা মতা বা মাইকী কুকুৰা তাই-চি নিয়ম কৰা হয়। হাবুংলৈ তৎক্ষণাত যাব যদি কোনো ব্যক্তিয়ে নোৱাৰে তেতিয়া "মু-বাই তাম-বাই" নামৰ পৰম্পৰাৰে টোপোলা এটা বান্ধি কুকুৰা আগ বঢ়াই ৰখাৰ নিয়ম আছে। #হাবুং #Habung #Dhemaji #ahom Kingdom #Assam tourism #Joyshreevlogs #localentertenmenti.s

Comments
  • THE PRIME SHOW | ২০১৩ চনত পাকিস্তানত ১০ দিন থাকি কি কৰিছিল গৌৰৱ গগৈ? Gaurav Gogoi Pak Link | 1 день назад
    THE PRIME SHOW | ২০১৩ চনত পাকিস্তানত ১০ দিন থাকি কি কৰিছিল গৌৰৱ গগৈ? Gaurav Gogoi Pak Link |
    Опубликовано: 1 день назад
  • মুখ্যমন্ত্ৰীক ৰাজহুৱা সকীয়নি প্ৰদান গৌৰৱ গগৈৰ 19 часов назад
    মুখ্যমন্ত্ৰীক ৰাজহুৱা সকীয়নি প্ৰদান গৌৰৱ গগৈৰ
    Опубликовано: 19 часов назад
  • LIVE | Gaurav Gogoiৰ বিৰুদ্ধে যোৰহাটত বিজেপি কৰ্মীৰ প্ৰতিবাদ | N18L Трансляция закончилась 1 день назад
    LIVE | Gaurav Gogoiৰ বিৰুদ্ধে যোৰহাটত বিজেপি কৰ্মীৰ প্ৰতিবাদ | N18L
    Опубликовано: Трансляция закончилась 1 день назад
  • গৌৰৱ গগৈৰ কাণ্ডত স্তম্ভিত বিধায়ক অখিল গগৈ 21 час назад
    গৌৰৱ গগৈৰ কাণ্ডত স্তম্ভিত বিধায়ক অখিল গগৈ
    Опубликовано: 21 час назад
  • মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 2 #PratidinTimeLIVE Трансляция закончилась 18 часов назад
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 2 #PratidinTimeLIVE
    Опубликовано: Трансляция закончилась 18 часов назад
  • মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 1 #PratidinTimeLIVE Трансляция закончилась 19 часов назад
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ | Part 1 #PratidinTimeLIVE
    Опубликовано: Трансляция закончилась 19 часов назад
  • LIVE | THE PRIME SHOW | যদি গৌৰৱ গগৈ পাকৰ এজেণ্ট তেন্তে কেতিয়া গ্ৰেপ্তাৰ হ'ব? Gaurav Gogoi Pak Link Трансляция закончилась 1 день назад
    LIVE | THE PRIME SHOW | যদি গৌৰৱ গগৈ পাকৰ এজেণ্ট তেন্তে কেতিয়া গ্ৰেপ্তাৰ হ'ব? Gaurav Gogoi Pak Link
    Опубликовано: Трансляция закончилась 1 день назад
  • Маск против российских дронов. Трамп хочет присоединить новые штаты. Отмена Сабурова Трансляция закончилась 8 дней назад
    Маск против российских дронов. Трамп хочет присоединить новые штаты. Отмена Сабурова
    Опубликовано: Трансляция закончилась 8 дней назад
  • Rosyjskie Statki Cienie Atakują Kable na Bałtyku... Reakcja NATO była NATYCHMIASTOWA i GENIALNA 14 часов назад
    Rosyjskie Statki Cienie Atakują Kable na Bałtyku... Reakcja NATO była NATYCHMIASTOWA i GENIALNA
    Опубликовано: 14 часов назад
  • Midday News | দুপৰৰ সংবাদ : তেজপুৰত ৰাইজৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি Gaurav Gogoi 3 дня назад
    Midday News | দুপৰৰ সংবাদ : তেজপুৰত ৰাইজৰ ৰোষত প্ৰদেশ কংগ্ৰেছৰ সভাপতি Gaurav Gogoi
    Опубликовано: 3 дня назад
  • LIVE | কাইলৈৰ CMৰ সংবাদমেলক লৈ ডাঙৰ ব্লু-প্ৰিণ্ট কংগ্ৰেছৰ! ভাইৰেল কংগ্ৰেছৰ দলীয় মেছেজ | N18L Трансляция закончилась 2 дня назад
    LIVE | কাইলৈৰ CMৰ সংবাদমেলক লৈ ডাঙৰ ব্লু-প্ৰিণ্ট কংগ্ৰেছৰ! ভাইৰেল কংগ্ৰেছৰ দলীয় মেছেজ | N18L
    Опубликовано: Трансляция закончилась 2 дня назад
  • LIVE | THE PRIME SHOW | বটদ্ৰৱাত উপস্থিত হওতেই চৰম অস্বস্তিকৰ পৰিস্থিৰ সন্মুখীন হ’ল গৌৰৱ গগৈ 3 дня назад
    LIVE | THE PRIME SHOW | বটদ্ৰৱাত উপস্থিত হওতেই চৰম অস্বস্তিকৰ পৰিস্থিৰ সন্মুখীন হ’ল গৌৰৱ গগৈ
    Опубликовано: 3 дня назад
  • মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1 #PratidinTimeLIVE Трансляция закончилась 1 день назад
    মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 1 #PratidinTimeLIVE
    Опубликовано: Трансляция закончилась 1 день назад
  • PRIME TIME 18। পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ গৌৰৱ গগৈৰ। 19 часов назад
    PRIME TIME 18। পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰ গৌৰৱ গগৈৰ।
    Опубликовано: 19 часов назад
  • ভাৰতত চাকৰি কৰিও পাকিস্তানলৈ গৈ আছিল এলিজাবেথ, মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে 'অভিমত'... 1 день назад
    ভাৰতত চাকৰি কৰিও পাকিস্তানলৈ গৈ আছিল এলিজাবেথ, মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে 'অভিমত'...
    Опубликовано: 1 день назад
  • 5 канал онлайн | Новини прямий ефір | 5 канал 24/7
    5 канал онлайн | Новини прямий ефір | 5 канал 24/7
    Опубликовано:
  • Почему Буркина-Фасо в 2026 году вдруг стала похожа на Дубай? Современные дорожные проекты компани... 1 месяц назад
    Почему Буркина-Фасо в 2026 году вдруг стала похожа на Дубай? Современные дорожные проекты компани...
    Опубликовано: 1 месяц назад
  • 🟠 НОВИНИ ЗАРАЗ  | ICTV онлайн | Телемарафон Єдині новини: онлайн
    🟠 НОВИНИ ЗАРАЗ | ICTV онлайн | Телемарафон Єдині новини: онлайн
    Опубликовано:
  • WIELKA WYPRAWA MARII WIERNIKOWSKIEJ W GŁĄB ROSJI #1 5 дней назад
    WIELKA WYPRAWA MARII WIERNIKOWSKIEJ W GŁĄB ROSJI #1
    Опубликовано: 5 дней назад
  • Bad Bunny's Apple Music Super Bowl Halftime Show 1 день назад
    Bad Bunny's Apple Music Super Bowl Halftime Show
    Опубликовано: 1 день назад

Контактный email для правообладателей: u2beadvert@gmail.com © 2017 - 2026

Отказ от ответственности - Disclaimer Правообладателям - DMCA Условия использования сайта - TOS



Карта сайта 1 Карта сайта 2 Карта сайта 3 Карта сайта 4 Карта сайта 5