У нас вы можете посмотреть бесплатно বিষয়: শিশুৰ সৰ্বাংগীন বিকাশত শিক্ষক আৰু অভিভাৱকৰ ভূমিকা II জাতীয় বিদ্যালয়, মেৰাপানী (গোলাঘাট)ll или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
জাতীয় বিদ্যালয়, মেৰাপানী (গোলাঘাট)ত আজি অনুষ্ঠিত প্ৰথম অভিভাৱক সন্মিলনত নিদিষ্ট বক্তা আৰু মুখ্য আলোচক হিচাপে উপস্থিত থাকি 'শিশুৰ সৰ্বাংগীন বিকাশত শিক্ষক আৰু অভিভাৱকৰ ভূমিকা' শীৰ্ষক এটা অতি প্ৰয়োজনীয় বিষয়ত নিজৰ বক্তব্য প্ৰদান কৰাৰ সুযোগ লাভ কৰো। এইটো মোৰ বাবে সঁচাকৈ এক সুখকৰ অভিজ্ঞতা। জাতীয় বিদ্যালয়খনক অঞ্চলটোৰ এখন আদৰ্শ বিদ্যালয় হিচাপে সফলভাবে গঢ়িবলৈ সক্ষম হোৱা বিদ্যালয়খনৰ পৰিচালন সঞ্চালক তথা একালৰ প্ৰয়াত পৰাগ কুমাৰ দাসৰ সতীৰ্থ আৰু 'মাছ'ৰ সম্পাদক ৰূপে থকা পল্লব বৰবৰা তথা তেওঁৰ পত্নী ৰূপা শইকীয়া সচাকৈ প্ৰশংসাৰ পাত্ৰ।