У нас вы можете посмотреть бесплатно Mayabini Ratir Bukut Karaoke Track With Lyrics | Zubeen Garg | IshanOP или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
মায়াবিনি ৰাতিৰ বুকুত Karaoke Track Download Link👇👇👇 http://www.mediafire.com/file/it3rkp3... Full Lyrics🤙: Mayabini Ratir Bukut (মায়াবিনি ৰাতিৰ বুকুত) Lyrics 💐_______________________________💐 মায়াবিনি ৰাতিৰ বুকুত, দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি, হিয়াৰ কোনত.. তুমি যে মোৰ শুকান মনত, নিয়ৰৰে চেচাঁ টোপাল, নামি অহা ৰদৰে নৈ, মোৰ দেহত প্ৰতি পুৱা, ধুমুহাৰ স'তে মোৰ, বহু যুগৰে নাচোন, এন্ধাৰো সচাঁ মোৰ, বহু দিনৰে আপোন, নিজানৰ গান মোৰ, শেষ হ'ব ভাবো তোমাৰ বুকুত.. প্ৰতি শৰতৰ প্ৰভাতি ফুলে, ক'ব তোমাকে মোৰ কথা, প্ৰতি মেঘালি নিশা জনে, কব তোমাকে মোৰ বেঠা, ধুমুহাৰ স'তে মোৰ, বহু যুগৰে নাচোন, এন্ধাৰো সচাঁ মোৰ, বহু দিনৰে আপোন, নিজানৰ গান মোৰ, শেষ হব ভাবো তোমাৰ বুকুত.... দুচকুতে তোমাৰ চালে, সপোন আঁতৰি দিঠক নামে, চুব খুজিলেই মোৰ দুহাতে, দিঠক আঁতৰি সপোন আহে, ধুমুহাৰ স'তে মোৰ, বহু যুগৰে নাচোন, এন্ধাৰো সচাঁ মোৰ, বহু দিনৰে আপোন, নিজানৰ গান মোৰ, শেষ হব ভাবো তোমাৰ বুকুত.. মায়াবিনি ৰাতিৰ বুকুত, দেখা পালো তোমাৰ ছবি, ধৰা দিলা গোপনে আহি, হিয়াৰ কোনত.... তুমি যে মোৰ শুকান মনত, নিয়ৰৰে চেচাঁ টোপাল, নামি অহা ৰদৰে নৈ, মোৰ দেহত প্ৰতি পুৱা... 💐_______________________________💐 🙏ᴘʟᴇᴀsᴇ LIKE| COMMENT | SHARE SUBSCRIBE🔔 ғᴏʀ ᴍᴏʀᴇ ʟᴀᴛᴇsᴛ ᴠɪᴅᴇᴏs 🌹Thanks For Watching🌹 Subscribe For 🌹More🌹 💐_______________________________💐 #Mayabinikaraoketrack #MayabiniRatirBukut #Mayabini #ZubeenGarg