У нас вы можете посмотреть бесплатно ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
কেবিনেটৰ বৈঠকৰ অন্তত মুখ্যমন্ত্রীৰ সংবাদমেল ৰাজ্যিক কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত জনগাঁথনিৰ পৰিৱৰ্তন হোৱা অঞ্চলৰ শিক্ষকৰ বদলিকৰণক লৈ নতুন নিয়ম সেই অঞ্চলসমূহত ৫বছৰ কাম কৰিলে মহিলা শিক্ষকে কৰিব পাৰিব বদলিৰ আবেদন পূৰ্বে ১২ বছৰ কাল শিক্ষকতা কৰিলেহে বদলিৰ আবেদন কৰিব পাৰিছিল পুৰুষ শিক্ষকে ৭ বছৰৰ পিছত বদলিৰ আবেদন কৰিব পাৰিব আইন সংশোধনীৰ পাছতে ১৫খন কলেজ নতুনকৈ প্রাদেশিকৃত হ’ব কেইবা হাজাৰ নতুন বিদ্যালয় প্রাদেশিকৃত হ’ব বুলি মন্তব্য মুখ্যমন্ত্রীৰ NERIMক ব্যক্তি বিশ্ববিদ্যালয় ৰূপে প্রতিষ্ঠানত অনুমোদন বাগানৰ লাইনৰ মাটি চৰকাৰীকৰণ কৰি আবণ্টন দিয়া হ’ব শ্রমিকক ২ লাখ ১৮ হাজাৰ ৫৫৩ বিঘা ভূমি আবণ্টন দিয়াৰ লক্ষ্য চৰকাৰৰ ৩ লাখ ৩৩ হাজাৰ ৪৮৬টা পৰিয়ালক দিয়া হ’ব ভূমি #Pratidintime #Assamnews #himantabiswasarma #assamcm