У нас вы можете посмотреть бесплатно এগৰাকী লোকবাদ্য বজোৱা শিল্পী ঘৰত//দেৱেশ্বৰ মৰান//Debeshwar Moran или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
এগৰাকী লোকবাদ্য বজোৱা শিল্পী ঘৰত মই//#দেৱেশ্বৰ মৰান//#Debeshwar Moran *যৌৱন কালৰ পৰাই তেওঁ জানে বজাব লোকবাদ্য *ডেকা কালত গাইছিল বিহু গীত যাৰ গীতত মতলীয়া হৈ নাচিছিল গাভৰু সকলে *এতিয়াও গাব জানে মন-প্ৰাণ যোৰোৱা বিহুগীত *লোকবাদ্যৰ তালে তালে গাই গল অতীতৰ সেই নিভাজ বিহু *শিল্পী গৰাকীয়ে কৈ গল অতীতৰ মধুৰ কথা কলে নিভাজ গাঁও জীৱনৰ সংস্কৃতিৰ কথা *শুনিলে থাকিব মন যোৱা কন্ঠ আৰু লোকবাদ্যত আঙুলিৰ ভাজত উলিয়াই এক আকৰ্ষণীয় মাত