У нас вы можете посмотреть бесплатно Moi Najitora | Assamese New Bihu Song | Brishtimegha Borpatragohain | DeepDiju | Jagat Mahissh или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
Moi Najitora.Presenting official lyrical video of #Brishtimegh. #najitora Audio credits : পৰিকল্পনা: পোনা বৰপাত্ৰগোঁহাই ,বিজু ৰাণী গগৈ কথা,সুৰ: দীপদিজু সংগীত পৰিচালনা : জগত মাহিশ ঢুল : বিকাশ, ভাস্কৰ বাঁহী: অনিত্য শব্দ সংমিশ্ৰণ : পলাশ কাঞ্চন Video Credits ; Mintu Saikia Cover Design by Nndu (Adi) Lyrics : ঢেঁকীত গুমে গুমাই ,ঠোৰা মোৰ ধন বুকুৰ নো ধপ ধপনি চত তে চতুৱা চৰাই দিলে,বিহুৰে পাই বাতৰি কপৌ ফুলা বতৰতে,মোৰে মনত এজাৰ ফুলে কোনে আহি ল'ব মোৰ খবৰ,নাজিতৰা মই এই বহাগৰ। মোৰ ধন সোণাই, ঢুলত ৰগৰ তুলিছে মোৰ ধন সোণাই,আ আহতৰ তলতে মোৰ ধন সোণাই,ব বসন্ত কালতে মোৰ ধন সোণাই,পা পাগলি কৰিলে। দেহত তৰণি নাই নাই গাত, আকৌ ঘুৰি আহিল বহাগ দেহত তৰণি নাই নাই গাত আকৌ ঘুৰি আহিল বহাগ তা তৰ শালত লগাই থৈছোঁ ফুলাম গামোচা। ঐ তাতৰ শালত লগাই,থৈছোঁ ফুলাম গামোচা। ঔ ঔ কাইতি কান্দো মই এবেলা, ঔ ঔ কাইতি হাহু মই এবেলা ঔ ঔ কাইতি মোৰ ধন কলিয়াক ভাবি কাইতি পৰো মই দুমুজাত ,পৰো মই দুমুজাত কিয়। কপৌ ফুলা বতৰতে মোৰে মনত এজাৰ ফুলে কোনে আহি ল'ব মোৰ খবৰ নাজিতৰা মই এই বহাগৰ। #assamesesong #song #love #bihu #newstatus #newreleases #hitsongs #bihuhits #bihu2025