У нас вы можете посмотреть бесплатно সোণাপুৰস্থিত কাৰ্যালয় চৌহদত গণৰাজ্য দিৱস উপলক্ষে দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
সশস্ত্ৰ সীমা বলৰ (SSB) প্ৰথম বেটেলিয়নৰ সোণাপুৰস্থিত কাৰ্যালয় চৌহদত গণৰাজ্য দিৱস উপলক্ষে দেখিবলৈ পোৱা গ'ল এক ব্যতিক্ৰমী পৰিৱেশ, এই বিশেষ দিনটোত এছএছবিৰ খেলপথাৰ চৌহদ সুন্দৰভাৱে সজোৱা হ'ল লালকিল্লাৰ আৰ্হিৰে,, প্ৰদৰ্শন কৰা হ'ল সুৰক্ষাৰ বাবে ব্যৱহৃত বিভিন্ন অত্যাধুনিক মাৰণাস্ত্ৰ,, এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত হ'ল বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী,, ৰাষ্ট্ৰীয় পতাকা উন্মোচন কৰি এছ এছ বিৰ গুৱাহাটী মুখ্য কাৰ্যালয়ৰ মহানিৰ্দেশক সুধীৰ বাৰ্মাই জোৱানসকলৰ মাৰ্চপাষ্টৰ অভিবাদনো গ্ৰহণ কৰে... #PratidinTime #AssamNews #assam #RepublicDay2026 #guwahati