У нас вы можете посмотреть бесплатно আনৰ নৈশবাছ কাউন্টাৰত কাম কৰা যুৱকজন এতিয়া প্ৰাণজিৎ ট্ৰেভেলচৰ মালিক | Story of Pranjit Travels или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
আনৰ নৈশবাছ কাউন্টাৰত কাম কৰা যুৱকজন এতিয়া ট্ৰেভেলচৰ মালিক | Story of Pranjit Travels তেওঁ এজন সাধাৰণ যুৱক ৷ যি পিতৃৰ মৃত্যুৰ পাছত নৈশ বাছৰ কাউন্টাৰত মাহিলী ৭০০ টকাৰ বেতনেৰে আৰম্ভ কৰিছিল কাম কৰিবলৈ ৷ কিন্তু এনেদৰে কাউন্টাৰত দীৰ্ঘদিন কাম কৰাৰ পাছত তেওঁৰ মন মগজুত খেলালে এক নতুন ধাৰনা ৷ নিজেই এখন বাছ কিনাৰ চিন্তাই তেওঁক কৰি তুলিলে উদগ্ৰীব ৷ আৰু মোমায়েকৰ পৰা ধন ধাৰলৈ আনি কিনি পেলালে এখন চেকেণ্ডহেণ্ড বাছ ৷ ইয়াৰ পাছতো ইটোৰ পাছত সিটো বাধা ৷ বহু প্ৰতাৰণা নেউচি তেওঁ আগুৱাই গ’ল পৰিবহন ব্যৱসায়ী হোৱাৰ দিশত ৷ আৰু এতিয়া তেওঁ প্ৰাণজিৎ ট্ৰেভেলচ নামৰ ১৪ খন বিলাসী নৈশ বাছেৰে ভৰা এটি পৰিবহন কোম্পানীৰ স্বত্তাধিকাৰী ৷ প্ৰাণজিৎ বৰা নামৰ এজন যুৱ ব্যৱসায়ী সংগ্ৰামৰ কাহিনী এয়া ৷ যোৰহাটত জন্ম গ্ৰহণ কৰা গুৱাহাটীৰ নিবাসী প্ৰাণজিৎ বৰাৰ সংগ্ৰামৰ কাহিনী জানো আহক তেওঁৰ মুখেৰেই ৷ uparjan.in