У нас вы можете посмотреть бесплатно 💢 মহানগৰীৰ শিশু বিক্ৰীৰ ভয়ংকৰ ঘটনা или скачать в максимальном доступном качестве, видео которое было загружено на ютуб. Для загрузки выберите вариант из формы ниже:
Если кнопки скачивания не
загрузились
НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием видео, пожалуйста напишите в поддержку по адресу внизу
страницы.
Спасибо за использование сервиса ClipSaver.ru
💢মহানগৰীৰ শিশু বিক্ৰীৰ ঘটনাত জড়িত আছিল মধ্যভোগী দালাল। আশাকৰ্মীৰ সহযোগত এগৰাকী মহিলা দালালে GMCH চৌহদৰ বাহিৰত বিক্ৰী কৰিছিল শিশুটি। ২ লাখ টকাত ৫ দিনীয়া শিশুটিক ক্ৰয় কৰিছিল নলবাৰীৰ হেলচাৰ এক সন্তানহীন দম্পতীয়ে। শিশু বিক্ৰীৰ ঘটনা সন্দৰ্ভত মহিলা দালাল মুনু হকৰ লগতে গ্ৰেপ্তাৰ কৰিছে ৩ জনক। পূৰ্বেও যুৱতী অপহৰণৰ ঘটনাত জড়িত এই মধ্যভোগী মুনু হক।Like the official facebook page of News Live: / newslivetvofficial Follow News Live on twitter: / newsliveghy Connect to our instagram account: / newsliveghy Visit our website for all news updates: http://newslivetv.com/